ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 অক্টোবৰ পৃষ্ঠা ২
  • যীচুৱে নিজৰ মেৰবিলাকৰ যত্ন লয়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৱে নিজৰ মেৰবিলাকৰ যত্ন লয়
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • যিহোৱা হৈছে আমাৰ ৰক্ষক
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 অক্টোবৰ পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ৯-১০

যীচুৱে নিজৰ মেৰবিলাকৰ যত্ন লয়

১০:১-৫, ১১, ১৪, ১৬

এজন মেৰ ৰখীয়া আৰু তেওঁৰ মেৰৰ সম্বন্ধ, জ্ঞান আৰু বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। যীচুৱে এজন সজ ৰখীয়া হিচাপে ব্যক্তিগতভাৱে নিজৰ মেৰবিলাকৰ প্ৰয়োজনীয়তা, দুৰ্ব্বলতা আৰু শক্তিৰ বিষয়ে জানে। মেৰবিলাকেও নিজৰ ৰখীয়াক চিনি পায় আৰু তেওঁৰ নেতৃত্বৰ ওপৰত বিশ্বাস ৰাখে।

সজ ৰখীয়া হিচাপে যীচুৱে কেনেকৈ . . .

  • নিজৰ মেৰবিলাকক একগোট কৰিছে?

  • নিজৰ মেৰবিলাকক পৰিচালনা কৰিছে?

  • নিজৰ মেৰবিলাকৰ সুৰক্ষা দিছে?

  • নিজৰ মেৰবিলাকক প্ৰতিপালন কৰিছে?

এজন মেৰ ৰখীয়াই গঁৰালৰ দুৱাৰত পহৰা দিছ

ধ্যানৰ বাবে প্ৰশ্ন: যীচুৱে যিদৰে আমাৰ যত্ন লয়, তাৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক