ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 অক্টোবৰ পৃষ্ঠা ৮
  • প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—সত্যত আনন্দ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—সত্যত আনন্দ কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • ‘প্ৰেমে অধাৰ্ম্মিকতাত আনন্দ নকৰে’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • শুক্ৰবাৰ
    ২০২০ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • তাড়নাৰ সত্ত্বেও আনন্দিত থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 অক্টোবৰ পৃষ্ঠা ৮

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—সত্যত আনন্দ কৰক

কিয় গুৰুত্বপূৰ্ণ: যীচুৰ দৰে আমিও ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে সত্যতা শিকোৱা উচিত। (যোহ ১৮:৩৭) মিছলীয়া আৰু অধাৰ্ম্মিকতাৰ জগতত জীয়াই থকাৰ সত্ত্বেও আমি সত্যত আনন্দ কৰা উচিত, সত্য কোৱা উচিত আৰু সত্য কথাৰ ওপৰত ধ্যান দিয়া উচিত।—১কৰি ১৩:৬; ফিলি ৪:৮.

ইয়াক কেনেকৈ কৰিব:

  • পৰচৰ্চ্চা নুশুনিবলৈ বা পৰচৰ্চ্চা নকৰিবলৈ দৃঢ়সংকল্প লওক।—১থিচ ৪:১২

  • আনৰ দুৰ্দশা দেখি আনন্দিত নহʼব

  • আমাক উৎসাহিত কৰা বিষয়বোৰত আনন্দিত হওক

‘তোমালোকে পৰস্পৰে প্ৰেম কৰা’—অধাৰ্মিকতাত আনন্দ নকৰি, সত্যত আনন্দ কৰক নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আল্কাই কেনেকৈ “অধাৰ্মিকতাত আনন্দ” কৰিছিল?

  • আলিয়াই কথা-বতৰাৰ দিশ কিদৰে ভাল বিষয়বোৰলৈ লৈ যায়?

  • আমি কেনেধৰণৰ ভাল বিষয়বোৰ আলোচনা কৰিব পাৰোঁ?

আলিয়াই আল্কাৰ লগত কথা পাতিছ

অধাৰ্মিকতাত আনন্দ নকৰি, সত্যত আনন্দ কৰক

ধ্যানৰ বাবে বাইবেলৰ উদাহৰণ: চদোম আৰু ঘমোৰাৰ লোকসকলৰ অধাৰ্ম্মিক কাৰ্য্য দেখি লোটৰ মনত অতিশয় বেজাৰ লাগিছিল।—২পিত ২:৮.

নিজকে সোধক: ‘মই অধাৰ্ম্মিকতাত আনন্দ নকৰি, সত্যত আনন্দ কৰোঁ বুলি কেনেকৈ দেখুৱাম?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক