ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 নৱেম্বৰ পৃষ্ঠা ৩
  • খ্ৰীষ্টান মণ্ডলীত পবিত্ৰ আত্মা বাকি দিয়া হৈছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • খ্ৰীষ্টান মণ্ডলীত পবিত্ৰ আত্মা বাকি দিয়া হৈছিল
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • সকলো সমস্যাৰ কাৰণ আৰু বিদ্ৰোহ কৰাওঁতা হিচাপে অভিযোগ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • পৌলে কৈচৰক আপীল কৰে আৰু ৰজা হেৰোদ আগ্ৰিপ্পক সাক্ষ্য দিয়ে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 নৱেম্বৰ পৃষ্ঠা ৩

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ১-৩

খ্ৰীষ্টান মণ্ডলীত পবিত্ৰ আত্মা বাকি দিয়া হৈছিল

৩৩ খীষ্টাব্দত পেন্টাকোষ্টৰ সময়ছাৱাত, যিৰূচালেমত বিভিন্ন ভাষা কোৱা লোক

২:১-৮, ১৪, ৩৭, ৩৮, ৪১-৪১

৩৩ খ্ৰীষ্টাব্দত পেন্টাকোষ্টৰ সময়ছোৱাত বিভিন্ন দেশৰপৰা বহুতো যিহূদী লোক যিৰূচালেমলৈ আহিছিল। (পাঁচ ২:৯-১১) যদিও তেওঁলোকে মোচিৰ নিয়ম পালন কৰিছিল, কিন্তু তেওঁলোকে হয়তো গোটেই জীৱন বেলেগ দেশত জীৱন অতিবাহিত কৰিছিল। (যিৰি ৪৪:১) সেইবাবে, কিছুমান লোকৰ চেহেৰা-পাতি আৰু কথা-বতৰা যিহূদীসকলৰ দৰে নাছিল, বৰং সেই দেশৰ লোকসকলৰ দৰে আছিল। যেতিয়া ইয়াৰ মাজৰে ৩,০০০ লোকে বাপ্তিষ্মা লয়, তেতিয়া হঠাতে খ্ৰীষ্টান মণ্ডলী বেলেগ বেলেগ দেশৰপৰা অহা লোকেৰে ভৰি পৰে। বিভিন্ন পৃষ্ঠভূমিৰপৰা অহাৰ সত্ত্বেও তেওঁলোক, “সকলোৱে একে মনেৰে নিতৌ নিতৌ ধৰ্ম্মধামলৈ গৈ থাকিল।”—পাঁচ ২:৪৬.

তলত উল্লেখ কৰা লোকসকলৰ প্ৰতি আপুনি কেনেকৈ আগ্ৰহ দেখুৱাব পাৰে?

  • আপোনাৰ এলেকাত বাস কৰা আন দেশৰ লোক

  • আপোনাৰ মণ্ডলীত থকা আন দেশৰ ভাই-ভনীসকল

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক