চৰ্জিয় পৌলৰ সন্মুখত পাঁচনি পৌল আৰু বাৰ্ণাব্বা
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ১২-১৪
বাৰ্ণাব্বা আৰু পৌলে দূৰ-দূৰণি ঠাইবোৰত শিষ্য বনায়
বিৰোধৰ সন্মুখীন হোৱাৰ সত্ত্বেও বাৰ্ণাব্বা আৰু পৌলে নম্ৰ লোকসকলক খ্ৰীষ্টান হʼবলৈ সহায় কৰিছিল
তেওঁলোকে সকলো পৃষ্ঠভূমিৰ লোকসকলক ঘোষণা কৰিছিল
তেওঁলোকে নতুন শিষ্যসকলক “বিশ্বাসত থিৰে থাকিবলৈ” উৎসাহিত কৰিছিল