ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ডিচেম্বৰ পৃষ্ঠা ৫
  • আনন্দেৰে গীত গাই যিহোৱাক প্ৰশংসা কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আনন্দেৰে গীত গাই যিহোৱাক প্ৰশংসা কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • ব্ৰডকাষ্টিঙৰ গীতৰপৰা আপুনি কি শিকিব পাৰে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ডিচেম্বৰ পৃষ্ঠা ৫
যিহোৱাৰ বধু হোৱা গীত ৮৪: যিহোৱাৰ সেৱাত আগ বাঢ়ক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আনন্দেৰে গীত গাই যিহোৱাক প্ৰশংসা কৰক

পৌল আৰু চীল বন্দীশালত বন্দী হৈ থকাৰ সময়ত গীত গাই যিহোৱাৰ স্তুতি কৰিছিল। (পাঁচ ১৬:২৫) নিঃসন্দেহ, গীত গোৱাৰ বাবে তেওঁলোকে তাড়না সহন কৰিবলৈ সক্ষম হৈছিল। আমাৰ বিষয়েনো কি? সভাত গোৱা আৰু ব্ৰডকাষ্টিঙৰ গীতে আমাক উৎসাহিত কৰে আৰু তাড়নাৰ সময়ত বিশ্বাসী হৈ থাকিবলৈ আমাক সহায় কৰে। ইয়াতকৈ বেছি, এই গীতবোৰৰ যোগেদি আমাৰ ঈশ্বৰৰ স্তুতি হয়। (গীত ২৮:৭) কিছুমান গীতৰ কথা মনত ৰাখিবলৈ আমাক উৎসাহিত কৰা হৈছে। আপুনি এনে কৰিবলৈ চেষ্টা কৰিছেনে? আমি পাৰিবাৰিক উপাসনাত গীত গাবলৈ অভ্যাস কৰিব পাৰোঁ আৰু গীতৰ কথা মনত ৰাখিব পাৰোঁ।

লʼৰা-ছোৱালীয়ে গীত গাই যিহোৱাক প্ৰশংসা কৰে নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • দুজনী ছাৱালীয়ে ৰেকৰ্ডিং ষ্টুডিঅ’ত গীত গাইছ

    ৰাজ্যৰ গীতে কেনেকৈ আমাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে?

  • এগৰাকী ভনীয়ে ল’ৰা-ছাৱালীয়ে গাবলগীয়া সমবেত সংগীতৰ বাবে যো-জা কৰিছ

    অডিঅ’/ভিডিঅ’ বিভাগে গানৰ ৰেকৰ্ডিং কৰিবলৈ কেনেকৈ প্ৰস্তুতি কৰে?

  • পাৰিবাৰিক উপাসনাৰ সময়ত এটা পৰিয়ালে ৰাজ্যৰ গীত গাইছ

    লʼৰা-ছোৱালী আৰু পিতৃ-মাতৃয়ে ৰেকৰ্ডিঙৰ বাবে কেনেকৈ প্ৰস্তুতি কৰে?

  • ল’ৰা-ছাৱালীয়ে সমবেত সংগীত গাইছ

    আপুনি ভাল পোৱা ৰাজ্যৰ গীতটি কোনটো হয় আৰু কিয়?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক