ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ কৰিন্থীয়া ৭-৯
অবিবাহিত হৈ থকা এটা উপহাৰ
অবিবাহিত লোকে যিহোৱাৰ সেৱা বেছিকৈ কৰিবলৈ ভাল সুযোগ আছে বুলি বহুতো খ্ৰীষ্টানে স্বীকাৰ কৰে। কিয়নো ইয়ে তেওঁলোকক সেৱা কাৰ্য্য বেছিকৈ কৰিবলৈ, আনৰ প্ৰতি প্ৰেম দেখুৱাবলৈ আৰু যিহোৱাৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ সহায় কৰে।
১৯৩৭ চনত সাক্ষীসকলে অষ্ট্ৰেলিয়াত ঘোষণা কাৰ্য্যৰ অভিযানত ভাগ লৈছে; গিলিয়ডৰপৰা প্ৰশিক্ষণ লাভ কৰা এগৰাকী ভনীয়ে ১৯৪৭ চনত সেৱা কৰিবলৈ মেক্সিকʼলৈ আহিছে
ব্ৰাজিলত ঘোষণা কাৰ্য্য হৈছে; মালাৱীত হোৱা ৰাজ্য প্ৰচাৰকসকলৰ স্কুলত ভাগ লৈছে
ধ্যানৰ বাবে প্ৰশ্ন: যদি আপুনি অবিবাহিত, তেনেহʼলে আপুনি ইয়াৰ সুযোগ কেনেকৈ লʼব?
মণ্ডলীৰ ভাই-ভনীসকলে অবিবাহিত লোকসকলক কেনেকৈ উৎসাহিত আৰু সহায় কৰিব পাৰে?