ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 আগষ্ট পৃষ্ঠা ৩
  • যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলৰ লগত সময় অতিবাহিত কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলৰ লগত সময় অতিবাহিত কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • যিহোৱালৈ কিয় ভয় ৰাখিব লাগে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • সাহসেৰে কাম কৰা লোকক যিহোৱাই আশীৰ্বাদ দিয়ে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোয়াদাৰ সাহস
    বাইবেলৰ পৰা শিকোঁ আহা
  • কিশোৰ-কিশোৰীসকল, আপোনালোকে কেনেধৰণৰ জীৱন জীয়াই থকাটো বিচাৰে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 আগষ্ট পৃষ্ঠা ৩

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলৰ লগত সময় অতিবাহিত কৰক

যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলৰ লগত কিয় সময় অতিবাহিত কৰা উচিত? সংগতিয়ে আমাৰ জীৱনত ভাল বা বেয়া প্ৰভাৱ পেলাব পাৰে। (হিতো ১৩:২০) উদাহৰণস্বৰূপে, পুৰোহিত যিহোয়াদাৰ লগত ৰজা যোৱাচে যিমান দিন সময় অতিবাহিত কৰিছিল, সিমান দিন তেওঁ “যিহোৱাৰ দৃষ্টিত যি ন্যায়” তাকে কৰিছিল। (২বং ২৪:২) যিহোয়াদাৰ মৃত্যুৰ পাছত ৰজা যোৱাচে কুসংগৰ প্ৰভাৱত পৰি যিহোৱা ঈশ্বৰক ত্যাগ কৰে।—২বং ২৪:১৭-১৯.

প্ৰথম শতিকাত পাঁচনি পৌলে খ্ৰীষ্টান মণ্ডলীক এখন ‘ডাঙৰ ঘৰৰ’ লগত আৰু মণ্ডলীৰ সদস্যসকলক এটা ‘পাত্ৰ’ বা ঘৰৰ বস্তুবোৰৰ লগত তুলনা কৰিছিল। যিহোৱা ঈশ্বৰৰ দৃষ্টিত ঘিণ লগা কাৰ্য্য কৰা আমাৰ পৰিয়ালৰ সদস্য বা আন লোকসকলৰ লগত সংগতি কৰাৰপৰা আঁতৰি থকাৰ যোগেদি আমি “সমাদৰ পাত্ৰ“ হৈ থাকিব পাৰিম। (২তীম ২:২০, ২১) সেইবাবে, আমি যিহোৱা ঈশ্বৰক প্ৰেম কৰা আৰু আমাক তেওঁৰ সেৱা কৰিবলৈ উৎসাহিত কৰা লোকসকলৰ লগত সংগতি কৰি থকা উচিত।

কুসংগ ত্যাগ কৰক নামৰ ভিডিঅʼখন চাওক আৰু তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমাৰ জীৱনত কুসংগতিয়ে কেনেকৈ প্ৰভাৱ পেলাব পাৰে?

  • ভিডিঅʼখনত দেখুৱা অনুসৰি তিনিজন ভাইক কি কথাই কুসংগ ত্যাগ কৰিবলৈ সহায় কৰে?

  • বুদ্ধিমতাৰে সংগতি নিৰ্বাচন কৰিবলৈ বাইবেলৰ কোনবোৰ সিদ্ধান্তই আপোনাক সহায় কৰিব পাৰে?

জʼনে ৰেষ্টুৰেণ্টত গ্ৰাহকৰ বাবে মদ বাকি দিছে; ক্ৰীষ্টিনে চচিয়েল মিডিয়া চাইছে; জয়ডেনে অনলাইনত গেইম খেলিছে; ক্ৰীষ্টিন, জয়ডেন আৰু জʼন নিজৰ পৰিয়ালৰ সৈতে সভাত উপস্থিত হৈছে

মই “সমাদৰৰ পাত্ৰ” হওঁনে?—২তীম ২:২১

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক