জাৰ্মানীৰ ফ্ৰেংকফুৰ্ট চহৰত অধিৱেশনৰ আগত প্ৰেক্ষাগৃহ পৰিষ্কাৰ কৰা হৈছে
আলোচনাৰ বাবে আৰ্হি
●○○ প্ৰথম সাক্ষাৎ
প্ৰশ্ন: আমি কেনেকৈ জানিব পাৰোঁ যে আমি সন্মুখীন হোৱা দুখ-কষ্টবোৰ ঈশ্বৰে দিয়া শাস্তি নহয়?
পদ: যাকো ১:১৩
পৰৱৰ্তী সাক্ষাতৰ বাবে: আমি কিয় দুখ-কষ্টৰ সন্মুখীন হʼবলগীয়া হয়?
○●○ প্ৰথম পুনৰ সাক্ষাৎ
প্ৰশ্ন: আমি কিয় দুখ-কষ্টৰ সন্মুখীন হʼবলগীয়া হয়?
পদ: ১যোহ ৫:১৯
পৰৱৰ্তী সাক্ষাতৰ বাবে: আমাৰ দুখ-কষ্ট দেখি ঈশ্বৰে কেনে অনুভৱ কৰে?
○○● দ্বিতীয় পুনৰ সাক্ষাৎ
প্ৰশ্ন: আমাৰ দুখ-কষ্ট দেখি ঈশ্বৰে কেনে অনুভৱ কৰে?
পদ: যিচ ৬৩:৯
পৰৱৰ্তী সাক্ষাতৰ বাবে: আমাৰ দুখ-কষ্ট আঁতৰাবলৈ ঈশ্বৰে কি কৰিব?