ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জানুৱাৰী পৃষ্ঠা ৭
  • এজন নিপুণ কৰ্ম্মকাৰী হওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এজন নিপুণ কৰ্ম্মকাৰী হওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • একো নষ্ট নহʼল
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • শিক্ষাদানৰ সঁজুলিৰ বাকচটো ভালদৰে ব্যৱহাৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • ‘ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰা’
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • “কাৰ্য্য চলিবলৈ দিয়া”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জানুৱাৰী পৃষ্ঠা ৭
এজন ব্যক্তিয়ে কাঠৰ টুকুৰাত সঁজুলিটো নিপুণতাৰে ব্যৱহাৰ কৰিছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

এজন নিপুণ কৰ্ম্মকাৰী হওক

এজন নিপুণ কাঠমিস্ত্ৰীয়ে নিজৰ সঁজুলিবোৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাক ভালদৰে জানে। ঠিক সেইদৰে, এজন ‘লাজৰ যোগ্য নোহোৱা কৰ্ম্মকাৰীয়ে’ শিক্ষাদানৰ সঁজুলিৰ বাকচত থকা প্ৰকাশনবোৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে, তাক ভালদৰে জানে। (২তীম ২:১৫) আমাৰ সেৱা কাৰ্য্যৰ সঁজুলিবোৰৰ বিষয়ে আপুনি কিমান পৰিচিত, তাক জানিবলৈ নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক।

ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক

  • ‘ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক’ ব্ৰচাৰখনৰ বেটুপাত।

    এই সঁজুলি কাৰ বাবে তৈয়াৰ কৰা হৈছে?—mwb১৭.০৩-HI ৫ ¶১-২

  • এটা বাইবেল অধ্যয়ন কৰিবলৈ আপুনি এই সঁজুলি কেনেকৈ ব্যৱহাৰ কৰিব?—km-HI ৭/১২ ৩ ¶৬

  • আপোনৰ বিদ্যাৰ্থীৰ বাপ্তিষ্মাৰ বাবে আপুনি কি অতিৰিক্ত সঁজুলি প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে?—km-HI ৭/১২ ৩ ¶৭

ঈশ্বৰৰপৰা এটা ভাল খবৰ!

  • ‘ঈশ্বৰৰপৰা এটা ভাল খবৰ!’ নামৰ ব্ৰচাৰখনৰ বেটুপাত।

    অধ্যয়নৰ অন্য প্ৰকাশনবোৰৰ তুলনাত এই সঁজুলি কেনেকৈ পৃথক?—km-HI ৩/১৩ ৬ ¶৩-৫

  • এইখন আনক দিয়াৰ সময়ত আপুনি কি কৰিবলৈ চেষ্টা কৰা উচিত?—km-HI ৯/১৫ ৩ ¶১

  • এই সঁজুলি ব্যৱহাৰ কৰি আপুনি কেনেকৈ বাইবেল অধ্যয়ন পৰিচালনা কৰিব?—mwb১৬.০১ ৮

  • বাইবেলে শিকায় নামৰ কিতাপখন আপুনি কেতিয়া ব্যৱহাৰ কৰিবলৈ নিৰ্ণয় লʼব?—km-HI ৩/১৩ ৯ ¶১০

বাইবেলে প্ৰকৃততে কি শিকায়?

  • ‘বাইবেলে প্ৰকৃততে কি শিকায়?’ নামৰ কিতাপখনৰ বেটুপাত।

    অধ্যায়ৰ সাৰাংশ আৰু অতিৰিক্ত লেখবোৰ কেনেকৈ তৈয়াৰ কৰা হৈছে?—mwb১৬.১১-HI ৫ ¶২-৩

বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?

  • ‘বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?’ নামৰ ব্ৰচাৰখনৰ বেটুপাত।

    এই সঁজুলি আপুনি কেতিয়া ব্যৱহাৰ কৰা উচিত?—mwb১৭.০৩-HI ৮ ¶১

  • ইয়াক আলোচনা কৰিবলৈ কেনেকৈ তৈয়াৰ কৰা হৈছে?—mwb১৭.০৩-HI ৮, বক্স

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক