ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ছেপ্টেম্বৰ পৃষ্ঠা ৫
  • একো নষ্ট নহʼল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • একো নষ্ট নহʼল
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • এজন নিপুণ কৰ্ম্মকাৰী হওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • বাইবেল আধাৰিত সাহিত্যবোৰ উচিতমতে বিতৰণ কৰক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যিহোৱাক আপুনি কিমান প্ৰেম কৰে দেখুৱাই থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ঈশ্বৰৰ মূল্যৱান সম্পত্তিক মূল্যাঙ্কন কৰক
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ছেপ্টেম্বৰ পৃষ্ঠা ৫
নিউৱৰ্কত থকা ৱাৰউইকৰ মুখ্য কাৰ্য্যালয়

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

একো নষ্ট নহʼল

যীচুৱে ৫,০০০ জন পুৰুষৰ লগতে বহুতো তিৰোতা আৰু সৰু সৰু লʼৰা-ছোৱালীক আচৰিতভাৱে আহাৰ দিয়াৰ পাছত, তেওঁ নিজৰ শিষ্যসকলক এইদৰে কৈছিল: “ইয়াৰ একো যেন নষ্ট নহয়, এই নিমিত্তে ভঙা পিঠাৰ অৱশেষখিনি চপাই লোৱা।” (যোহন ৬:১২) যীচুৱে অৱশেষখিনি নষ্ট হʼবলৈ দিয়া নাছিল আৰু ইয়াৰ দ্বাৰা যিহোৱা ঈশ্বৰে আগবঢ়োৱা আহাৰৰ প্ৰতি মূল্যাংকন দেখুৱাইছিল।

বৰ্তমান সময়ত প্ৰশাসন গোষ্ঠীয়েও যীচুৰ উদাহৰণ অনুকৰণ কৰিবলৈ চেষ্টা কৰে আৰু ঈশ্বৰৰ সেৱাৰ বাবে সমৰ্পিত সা-সম্পত্তি ভালদৰে ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, নিউৱৰ্কৰ ৱাৰউইকত থকা মুখ্য কাৰ্য্যালয় নিৰ্ম্মাণ কৰাৰ সময়ত ভাইসকলে এক উত্তম নিৰ্ম্মাণ পৰিকল্পনা কৰিছিল, যাৰ দ্বাৰা তেওঁলোকে দান কৰা টকা-পইচা উচিতৰূপে ব্যৱহাৰ কৰিবলৈ সক্ষম হয়।

নষ্ট কৰাৰপৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ . . .

  • এজন ভাইয়ে ৰাজ্যগৃহৰ লাইটৰ চুইচবোৰ বধ কৰিছ

    সভাত উপস্থিত থকাৰ সময়ত?

  • এগৰাকী যিহোৱাৰ সাক্ষীয়ে বাইবেলখনত নিজৰ নাম লিখিছ

    যেতিয়া আমি নিজৰ বাবে প্ৰকাশন লওঁ? (km-HI ৫/০৯ ৩ ¶৪)

  • এজন ভাইয়ে নিজৰ পয়োজনীয়তা অনুসৰি ক্ট লৈছ

    যেতিয়া আমি ঘোষণা কাৰ্য্যৰ বাবে প্ৰকাশন লওঁ? (mwb১৭.০২-HI “বাইবেল আধাৰিত প্ৰকাশনবোৰ ভাবি-চিন্তি আগবঢ়াওক” ¶১)

  • কোনো পকাশন দিয়াৰ আগতে, এগৰাকী ভনীয়ে বিবেচনা কৰিছ যে তিৰোতাগৰাকী পকৃততে আগহী হয় নে নহয়

    ঘোষণা কাৰ্য্য কৰাৰ সময়ত? (mwb১৭.০২-HI “বাইবেল আধাৰিত প্ৰকাশনবোৰ ভাবি-চিন্তি আগবঢ়াওক” ¶২ আৰু বক্স)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক