ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৮
  • যিহোৱাক আপুনি কিমান প্ৰেম কৰে দেখুৱাই থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাক আপুনি কিমান প্ৰেম কৰে দেখুৱাই থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • আপুনি কেনেকৈ ঈশ্বৰৰ বন্ধু হ’ব পাৰে?
    বাইবেলে আমাক কি শিকায়?
  • নিৰ্দোষী হৈ থাকিবলৈ সিদ্ধ হোৱাৰ প্ৰয়োজন নাই
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱাৰ ওপৰত আশা ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • সমস্যাৰ সময়তো নম্ৰ হৈ থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৮

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

যিহোৱাক আপুনি কিমান প্ৰেম কৰে দেখুৱাই থাকক

[ইয়োব কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

চয়তানে দাবী কৰিলে যে ইয়োবে কেৱল নিজৰ লাভৰ বাবে যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ উপাসনা কৰে (ইয়ো ১:৮-১১; w১৮.০২-HI ৬-৭ ¶১৬-১৭)

আমি যিহোৱাক প্ৰকৃত প্ৰেম নকৰোঁ বুলি চয়তানে দাবী কৰে (ইয়ো ২:৪, ৫; w১৯.০২-HI ৫ ¶১০)

প্ৰাকৃতিক দুৰ্যোগৰ পাছত এগৰাকী ভনীয়ে হেলমেট পিন্ধিছে আৰু এগৰাকী তিৰোতাক প্ৰচাৰ কৰিছে।

চয়তান মিছলীয়া হয় বুলি প্ৰমাণ কৰিবলৈ যিহোৱাই আমাক সকলোকে সুযোগ দিছে। (হিতো ২৭:১১) সেইবাবে, আমাৰ পৰিস্থিতি ভাল বা বেয়া যিয়েই নহওক কিয় যদি আমি যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিওঁ, তেনেহʼলে আমি প্ৰমাণ কৰোঁ যে আমি তেওঁক বহুত প্ৰেম কৰোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক