ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
নিৰ্দোষী হৈ থাকিবলৈ সিদ্ধ হোৱাৰ প্ৰয়োজন নাই
ইয়োবে ঈশ্বৰক দোষাৰূপ কৰিলে (ইয়ো ২৭:১, ২)
যদিও ইয়োবে বহুতো ভুল কৰিছিল, তথাপি তেওঁ নিজকে নিৰ্দোষী বুলি কʼব পাৰিলে (ইয়ো ২৭:৫; it-১-E ১২১০ ¶৪)
নিৰ্দোষী হৈ থাকিবলৈ সিদ্ধ হোৱাৰ প্ৰয়োজন নাই, তাৰ পৰিৱৰ্তে আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক প্ৰেম কৰাৰ প্ৰয়োজন আছে (মথি ২২:৩৭; w১৯.০২-HI ৩ ¶৩-৫)
ধ্যানৰ বাবে প্ৰশ্ন: যিহোৱাই আমাৰ পৰা সিদ্ধতাৰ আশা নকৰে, এই কথাৰ পৰা হাৰ নামানিবলৈ কেনেকৈ উৎসাহিত হওঁ?