ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুন পৃষ্ঠা ৬
  • “মই যি আছোঁ, সেয়েই আছোঁ”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “মই যি আছোঁ, সেয়েই আছোঁ”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • ডেকা ভাইসকল, পৰিপক্ক খ্ৰীষ্টান হওক!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • “মই তোমাৰ মুখৰ সহায় হৈ, তুমি কব লগীয়া কথা তোমাক শিকাম।”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • যিহোৱাৰ পথবোৰৰ বিষয়ে জনা
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱা ঈশ্বৰে পৃথিৱীত জীৱন সৃষ্টি কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুন পৃষ্ঠা ৬
মোচিয়ে আঠু কাঢ়ি জ্বলি থকা জোপাৰপৰা নিজৰ মুখ বচাইছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ১-৩

“মই যি আছোঁ, সেয়েই আছোঁ”

৩:১৩, ১৪

যিহোৱাই মোচিক নিজৰ বিষয়ে এটা বিশেষ কথা জনাইছিল যে তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ যি বিচাৰে তাকে হ’ব পাৰে। কিন্তু এনে কৰা সময়ত তেওঁ নিজৰ নৈতিক মানদণ্ড বজাই ৰাখে। যিদৰে পিতৃ-মাতৃয়ে নিজৰ সন্তানক চোৱা-চিতা কৰিবলৈ বিভিন্ন ধৰণৰ কাম কৰে, ঠিক সেইদৰে যিহোৱাই নিজৰ সন্তানক চোৱা-চিতা কৰিবলৈ যি বিচাৰে তাকে হ’ব পাৰে।

মোৰ প্ৰয়োজনীয়তাৰ সময়ত যিহোৱাই কি কৰিলে?

ছবি: এজন পিতৃয়ে বিভিন্ন উপায়েৰে নিজৰ পৰিয়ালক চোৱা-চিন্তা কৰিছে। ১. তেওঁ শুৱাৰ আগতে নিজৰ সন্তানৰ লগত কথা পাতিছে। ২. তেওঁ নিজৰ পত্নী আৰু লʼৰাৰ লগত দৈনিক পাঠ অধ্যয়ন কৰিছে। ৩. তেওঁ নিজৰ সন্তানক চাইকেল চলাবলৈ শিকাইছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক