ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুন পৃষ্ঠা ৮
  • আলোচনাৰ বাবে আৰ্হি ভালদৰে ব্যৱহাৰ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আলোচনাৰ বাবে আৰ্হি ভালদৰে ব্যৱহাৰ কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • আলোচনাৰ বাবে আৰ্হি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • ট্ৰেক্টৰ যোগেদি কেনেকৈ কথা-বতৰা আৰম্ভ কৰিব পাৰি?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুন পৃষ্ঠা ৮

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আলোচনাৰ বাবে আৰ্হি ভালদৰে ব্যৱহাৰ কৰক

জানুৱাৰী ২০১৮ চনৰপৰা আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ আলোচনাৰ বাবে আৰ্হিত কিছুমান পৰামৰ্শ দিয়া হৈছে। আমি এই পৰামৰ্শবোৰ কেনেকৈ প্ৰয়োগ কৰিব পাৰোঁ?

এগৰাকী ভনীয়ে সপ্তাহৰ মাজৰ সভাত নিজৰ ভাগ প্ৰৰ্দশন কৰিছে।

বিদ্যাৰ্থীয়ে ভাগ প্ৰদৰ্শন কৰা সময়ত: আপুনি “আলোচনাৰ বাবে আৰ্হিত” দিয়া প্ৰশ্ন, পদ আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে প্ৰশ্ন ব্যৱহাৰ কৰা উচিত। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আলোচনাৰ বাবে আৰ্হিত দিয়া ভিডিঅʼখনত যিদৰে দেখুৱা হয়, ঠিক সেইদৰে কৰা। আপুনি হয়তো আন কৌশল ব্যৱহাৰ কৰিব পাৰে বা কোনো আন প্ৰকাৰে যুক্তি কৰিব পাৰে। আপুনি শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা কোনো এখন প্ৰকাশন আগবঢ়াব পাৰে, যদিও এনে কৰাৰ বাবে ভিডিঅʼত কোনো পৰামৰ্শ দিয়া নাই।

সেই ভনী গৰাকীয়ে প্ৰচাৰ কাৰ্য্যত এগৰাকী মহিলাৰ আগত বাইবেল পঢ়িছে।

প্ৰচাৰ কাৰ্য্যত: “আলোচনাৰ বাবে আৰ্হিত” যি উপায় দিয়া হৈছে, সেইবোৰ কেৱল পৰামৰ্শ। যদি কোনো ব্যক্তি আগ্ৰহী আৰু বেছি জানিব বিচাৰে, তেনেহʼলে ‘প্ৰথম পুনৰ সাক্ষাতত’ দিয়া পৰামৰ্শৰ সহায়ত কথা-বতৰা আৰম্ভ কৰিব পাৰে। আপুনি এই পৰামৰ্শত কিছু সাল-সলনি কৰিব পাৰে বা আন বিষয়ত কথা পাতিব পাৰে। হয়তো আপোনাৰ এলেকাত যোৱা মাহৰ পৰামৰ্শ বা আন কোনো শাস্ত্ৰ পদ বেছিকৈ প্ৰভাৱশালী হ’ব পাৰে। বা শেহতীয়াকৈ হোৱা কোনো ঘটনাৰ বিষয়ে আলোচনা কৰিব বিচাৰে। আপুনি এই পৰামৰ্শ বেলেগ বেলেগ উপায়েৰে ব্যৱহাৰ কৰিব পাৰে। কিন্তু আপোনাৰ লক্ষ্য হোৱা উচিত যে “সেই সকলোকেই শুভবাৰ্ত্তাৰ নিমিত্তে কৰা” যাতে এই বাৰ্ত্তা সকলোকে জনাব পাৰে—১কৰি ৯:২২, ২৩.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক