লাইবেৰিয়াৰ ৰাজধানী, মনৰʼভিয়াত ঘোষণা কাৰ্য্য কৰা হৈছে
আলোচনাৰ বাবে আৰ্হি
●○○ প্ৰথম সাক্ষাৎ
প্ৰশ্ন: পৰিয়ালত উদ্ভৱ হোৱা সমস্যাবোৰৰ সমাধানৰ বাবে আমি পৰামৰ্শ কʼত বিচাৰি পাম?
পদ: ২তীম ৩:১৬, ১৭
পৰৱৰ্তী সাক্ষাতৰ বাবে: এই বৈজ্ঞানিক যুগত পবিত্ৰ শাস্ত্ৰই আমাক সহায় আগবঢ়াব পাৰেনে?
○●○ প্ৰথম পুনৰ সাক্ষাৎ
প্ৰশ্ন: এই বৈজ্ঞানিক যুগত পবিত্ৰ শাস্ত্ৰই আমাক সহায় আগবঢ়াব পাৰেনে?
পদ: ইয়ো ২৬:৭
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে মানৱজাতিৰ বাবে কি কৰিব?
○○● দ্বিতীয় পুনৰ সাক্ষাৎ
প্ৰশ্ন: ঈশ্বৰে মানৱজাতিৰ বাবে কি কৰিব?
পদ: দানি ২:৪৪
পৰৱৰ্তী সাক্ষাতৰ বাবে: সেইসময়ত পৃথিৱীৰ পৰিস্থিতি কেনেকুৱা হʼব?