ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
আলোচনাৰ বাবে আৰ্হি
প্ৰথম সাক্ষাৎ
প্ৰশ্ন: আমি আনৰ লগত ভাল সম্পৰ্ক কেনেকৈ বজাই ৰাখিব পাৰোঁ?
পদ: কল ৩:১৩
পৰৱৰ্তী সাক্ষাতৰ বাবে: আমি আনৰ লগত কেনেকৈ কাজিয়াৰ সমাধান কৰিব পাৰোঁ?
শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:
পুনৰ সাক্ষাৎ
প্ৰশ্ন: আমি আনৰ লগত কেনেকৈ কাজিয়াৰ সমাধান কৰিব পাৰোঁ?
পদ: ৰোম ১২:১৮
পৰৱৰ্তী সাক্ষাতৰ বাবে: কাৰোবাৰ লগত কাজিয়া হʼলে, তাক সমাধান কৰিবলৈ আপুনি কাৰ পৰা পৰামৰ্শ লয়?
শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক: