ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 ডিচেম্বৰ পৃষ্ঠা ২
  • পৰিয়ালতকৈ অধিক যিহোৱাক প্ৰেম কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিয়ালতকৈ অধিক যিহোৱাক প্ৰেম কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • মণ্ডলীৰপৰা বহিষ্কাৰ কৰা কোনো ব্যক্তিৰ লগত আমি কেনে ব্যৱহাৰ কৰা উচিত?
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • কোনো আত্মীয় ব্যক্তি বহিষ্কৃত হোৱাত খ্ৰীষ্টান বিশ্বস্ততা বজাই ৰখা
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপোনজনাই যিহোৱাক এৰি গʼলে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • ধাৰ্মিকতাক প্ৰেম কৰক আৰু অধাৰ্মিকতাক ঘিণ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 ডিচেম্বৰ পৃষ্ঠা ২
মহা-পুৰোহিত হাৰোণে তম্বুৰ চোতালত থিয় হৈ আছে। হাৰোণৰ খুড়াৰ লʼৰা দুজনে, তেওঁৰ পুত্ৰ নাদব আৰু অবীহূৰ মৃত দেহ ছাউনিৰ বাহিৰলৈ নিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ১০-১১

পৰিয়ালতকৈ অধিক যিহোৱাক প্ৰেম কৰক

১০:১, ২, ৪-৭

নাদব আৰু অবীহূৱে হাতত আঙঠা-ধৰা আৰু তাৰ ওপৰত জ্বলি থকা ধূপ দি লৈ গৈছে।

যিহোৱাই হাৰোণক তেওঁৰ পুত্ৰৰ মৃত্যুৰ শোক নকৰিবলৈ আজ্ঞা দিছিল, তাৰপৰা আমি এটা গুৰুত্বপূৰ্ণ কথা শিকিব পাৰোঁ। যদি আমাৰ পৰিয়ালৰ কোনো সদস্যৰ বহিষ্কাৰ হৈছে, তেনেহʼলে আমি তেওঁৰ লগত কোনো সম্পৰ্ক ৰখা উচিত নহয়। আমি আটাইতকৈ বেছি যিহোৱাক প্ৰেম কৰা উচিত।

যিসকলৰ বহিষ্কাৰ হৈছে, তেওঁলোকৰ লগত মিলা-মিচা নকৰাটো কিয় লাভজনক?—১কৰি ৫:১১; ২যোহ ১০, ১১

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক