ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইব্ৰী ১-৩
ধাৰ্মিকতাক প্ৰেম কৰক আৰু অধাৰ্মিকতাক ঘিণ কৰক
যীচুৱে ধাৰ্মিকতাক প্ৰেম কৰে আৰু তেওঁৰ পিতৃ যিহোৱা ঈশ্বৰক অনাদৰ কৰা যিকোনো বস্তুক তেওঁ ঘিণ কৰে।
যীচুৰ দৰে আমি ধাৰ্মিকতাক কেনেকৈ প্ৰেম কৰিব পাৰোঁ . . .
যেতিয়া অনৈতিক কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰা হয়?
যেতিয়া পৰিয়ালৰ কোনো এজন সদস্যক বহিষ্কাৰ কৰা হয়?