ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ১৭-১৯
ঈশ্বৰৰ যুদ্ধই সকলো যুদ্ধ শেষ কৰিব
“প্ৰেম আৰু শান্তিৰ আকৰ ঈশ্বৰ” যিহোৱাই কিয় “শান্তিৰাজ” যীচু খ্ৰীষ্টক যুদ্ধত যুঁজ কৰিবলৈ নিযুক্ত কৰিছে?—২কৰি ১৩:১১; যিচ ৯:৬.
যিহোৱা আৰু যীচু দুয়োজনে ধাৰ্মিকতাক প্ৰেম কৰে আৰু দুষ্টতাক ঘিণ কৰে
দুষ্ট লোকসকলক নাইকিয়া কৰাৰ পাছতহে সদায় কালৰ বাবে শান্তি আৰু ন্যায় হʼব
ছবিখনত দেখুৱা বগা ঘোঁৰা আৰু বগা পৰিষ্কাৰ কাপোৰ পৰিধান কৰা এই ঈশ্বৰৰ স্বৰ্গীয় বাহিনীয়ে “সোধ-বিচাৰ আৰু যুদ্ধ” কৰিব
এই যুদ্ধৰপৰা উদ্ধাৰ পাম বুলি আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ?—চফ ২:৩