ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মাৰ্চ পৃষ্ঠা ৮
  • অহংকাৰী হৈ নিজৰ ওপৰত বেছি ভৰসা নকৰিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অহংকাৰী হৈ নিজৰ ওপৰত বেছি ভৰসা নকৰিব
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • “তোমাৰ . . . আধিপত্য ময়েই”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই নিজৰ লোকসকলক কেনেকৈ পথ দেখুৱায়?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰপৰা পৰামৰ্শ লৈ থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • তেওঁৰ সাহস, উৎসাহ আৰু দৃঢ় ইচ্ছা আছিল
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মাৰ্চ পৃষ্ঠা ৮
কোৰহ আৰু কিছুমান ইস্ৰায়েলী লোকসকলে মোচি আৰু হাৰোণৰ আগত থিয় হৈ কিবা কৈ আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

অহংকাৰী হৈ নিজৰ ওপৰত বেছি ভৰসা নকৰিব

কোৰহে উপাসনাৰ বাবে যিহোৱাই কৰা ব্যৱস্থাৰ বিৰুদ্ধে কাৰ্য্য কৰিলে, কিয়নো তেওঁ অহংকাৰী হৈ পৰিছিল (গণ ১৬:১-৩; w১১–HI ৯/১৫ ২৭ ¶১২)

যিহোৱাৰ সেৱাত কোৰহে বহুতো দায়িত্ব লাভ কৰিছিল আৰু লোকসকলে তেওঁক সন্মানো কৰিছিল। তথাপি তেওঁ সন্তুষ্ট নাছিল (গণ ১৬:৮-১০; w১১–HI ৯/১৫ ২৭ ¶১১)

কোৰহৰ ভুল চিন্তাধাৰাৰ বাবে বেয়া পৰিণাম হʼল (গণ ১৬:৩২, ৩৫)

যিহোৱাৰ সেৱাত হয়তো আমি বহুতো কাম কৰিছোঁ, কিন্তু ইয়াৰ বাবে আমি অহংকাৰী হৈ নিজৰ ওপৰত বেছি ভৰসা কৰা উচিত নহয়। যদিও আমি বহু সময়ৰপৰা সত্যত আছোঁ অথবা সংগঠনত বহুতো দায়িত্ব লাভ কৰিছোঁ, তথাপি আমি নম্ৰ হৈ থকা উচিত।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক