ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জুলাই পৃষ্ঠা ৮
  • মোচিৰ নিয়মৰপৰা জানিব পাৰি যে যিহোৱাই জীৱ-জন্তুৰ প্ৰতি যত্ন লয়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মোচিৰ নিয়মৰপৰা জানিব পাৰি যে যিহোৱাই জীৱ-জন্তুৰ প্ৰতি যত্ন লয়
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাই বুদ্ধিমতাৰে মাটি ভগাই
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই ইস্ৰায়েলীসকলৰ ফলীয়া হৈ যুদ্ধ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই কেনেধৰণৰ উপাসনা বিচাৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মোচিৰ নিয়মৰপৰা বুজিব পাৰি যে যিহোৱাই তিৰোতাসকলৰ যত্ন লয়
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জুলাই পৃষ্ঠা ৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

মোচিৰ নিয়মৰপৰা জানিব পাৰি যে যিহোৱাই জীৱ-জন্তুৰ প্ৰতি যত্ন লয়

কোনো ব্যক্তিয়ে আনৰ জন্তু বিপদত পৰি থকা দেখিলে, তেওঁ সেই জন্তুক ৰক্ষা কৰাৰ প্ৰয়োজন আছিল (দ্বিতী ২২:৪; it–১–E ৩৭৫-৩৭৬)

যদি এজনী চৰাইয়ে নিজৰ পোৱালী বা কণীত উমনি দিয়ে, তেন্তে সেই চৰাইজনীক বধ কৰাটো নিষেধ আছিল (দ্বিতী ২২:৬, ৭; it–১–E ৬২১ ¶১)

সমান শক্তি নথকা জন্তুক জুঁটি হাল বাবলৈ নিষেধ কৰা হৈছিল (দ্বিতী ২২:১০; w০৩ ১০/১ ৩২ ¶১-২)

এটা গৰু আৰু গাধক লৈ জুঁটি হাল বাইছে। জন্তু দুটাৰ মাজত ওখ-চাপৰ পাৰ্থক্য হোৱাৰ বাবে জুঁটি হেলনীয়া হৈছে।

আমি জীৱ-জন্তুৰ লগত ভালদৰে ব্যৱহাৰ কৰাটো যিহোৱাই বিচাৰে। আমি মনোৰঞ্জনৰ বাবে জীৱ-জন্তুক বধ কৰাটো ভুল হʼব।—হিতো ১২:১০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক