ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ১২
  • সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ কথা মানি চলক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ কথা মানি চলক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • বাৰজন চোৰাংচোৱা
    বাইবেলৰ পৰা শিকোঁ আহা
  • সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা ৰাখক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাই ইস্ৰায়েলীসকলৰ ফলীয়া হৈ যুদ্ধ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোচূৱাৰ শেষ পৰামৰ্শ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ১২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ কথা মানি চলক

কালেবে লʼৰালিকালৰেপৰা সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ কথা মানি চলিছিল (যিহো ১৪:৭, ৮)

বৃদ্ধ বয়সতো এক কঠিন কাম কৰিবলৈ যিহোৱাই সহায় কৰিব বুলি কালেবৰ সম্পূৰ্ণ ভৰসা আছিল (যিহো ১৪:১০-১২; w০৫ ১/১ ৩২ ¶৩)

সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ কথা মানি চলাৰ বাবে কালেবে আশীৰ্বাদ লাভ কৰিলে (যিহো ১৪:১৩, ১৪; w০৬–HI ১০/১ ১৯ ¶১১)

ছবি: এগৰাকী ভনীয়ে বৃদ্ধ হোৱাৰ বাবে হোৱা সমস্যাবোৰ সন্মুখীন হৈ আছে। ১. ভনীগৰাকীৰ হাতত লাখুটি আছে আৰু তাই বহি প্ৰাৰ্থনা কৰি আছে। ২. তাই এজনী যুৱতী ভনীৰ লগত সমূহীয়াভাৱে প্ৰচাৰ কৰি আছে। ৩. তাই নিজৰ মণ্ডলীৰ সৰু লʼৰা-ছোৱালীবিলাকক ফটো দেখুৱাইছে। ৪. তাই বৰ আনন্দিত আছে আৰু তাইৰ চেহেৰাত হাঁহি দেখিবলৈ পোৱা গৈছে।

যিহোৱাই যিদৰে কালেবৰ সহায় কৰিছিল, সেয়া দেখি তেওঁৰ বিশ্বাস মজবুত হৈছিল। ঠিক সেইদৰে যেতিয়া যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে আৰু সঠিক পথ দেখুৱায়, তেতিয়া আমিও তেওঁৰ সেৱা কৰি থাকিবলৈ আৰু উৎসাহিত হওঁ।—১যোহ ৫:১৪, ১৫

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক