ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
বিশ্বাসঘাতকতা—কিমান ঘৃণনীয়!
চিমচোনক বিশ্বাসঘাত কৰিবলৈ দলীলাক টকা-পইচাৰ লোভ দিয়া হৈছিল (বিচা ১৬:৪, ৫; w১২-HI ৪/১৫ ৮ ¶৪)
যেতিয়ালৈকে চিমচোনে নিজৰ শক্তিৰ ৰহস্যৰ বিষয়ে কোৱা নাছিল, তেতিয়ালৈকে দলীলাই তেওঁক সুধি আছিল (বিচা ১৬:১৫-১৮; w০৫ ২/১ ১৭ ¶৩)
সত্য খ্ৰীষ্টানসকলে নিজৰ পৰিয়াল আৰু মণ্ডলীৰ বিশ্বাসী হৈ থকা উচিত (১থিচ ২:১০; w১২-HI ৪/১৫ ১১-১২ ¶১৫-১৬)
বিশ্বাসী লোকসকলক যিহোৱাই আশীৰ্বাদ দিয়ে।—গীত ১৮:২৫, ২৬.