ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
যিহোৱা দয়া দেখুৱা ঈশ্বৰ
চমূৱেলে ভাবিছিল যে তেওঁক এলীয়ে মাতি আছে (১চমূ ৩:৪-৭; w১৮.০৯-HI ২৪ ¶৩)
যিহোৱাই চমূৱেলক মাতিছে বুলি এলীয়ে বুজি পালে (১চমূ ৩:৮, ৯)
যিহোৱা সৰু লʼৰা চমূৱেলক দয়া দেখুৱালে (১চমূ ৩:১৫-১৮; w১৮.০৯-HI ২৪ ¶৪)
নিজকে সোধক: ‘মই কি কি উপায়েৰে লʼৰা-ছোৱালী আৰু বৃদ্ধসকলক দয়া দেখুৱাব পাৰোঁ? মই সভাত আনক কেনেকৈ দয়া দেখুৱাব পাৰোঁ?’