ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মে’ পৃষ্ঠা ৬
  • যিহোৱালৈ ভয় ৰাখক, তেওঁক অসন্তুষ্ট নকৰিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱালৈ ভয় ৰাখক, তেওঁক অসন্তুষ্ট নকৰিব
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • যিহোৱাক প্ৰেম কৰিবলৈ সন্তানক শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • দায়ূদে আনৰ প্ৰতি দয়া দেখুৱাইছিল
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মানোহ আৰু তেওঁৰ পত্নীৰপৰা পিতৃ-মাতৃসকলে কি শিকিব পাৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰ সহায়ত আপুনি কঠিন কামো কৰিব পাৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মে’ পৃষ্ঠা ৬
নিয়ম চন্দুকটো স্থিৰ কৰিবলৈ উজ্জাই হাতেৰে চন্দুকটো ঠেলিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱালৈ ভয় ৰাখক, তেওঁক অসন্তুষ্ট নকৰিব

ঈশ্বৰে নিজৰ নিয়ম কেতিয়াও সলনি নকৰে। যদিও এজন ব্যক্তিয়ে ভাল উদ্দেশ্যৰে সেই নিয়ম পালন নকৰক কিয় (২চমূ ৬:৩-৫; w০৫ ৬/১ ৯ ¶৭)

উজ্জাই ঈশ্বৰৰ নিয়ম পালন নকৰিলে (২চমূ ৬:৬; w০৫ ২/১ ৩১ ¶২০)

উজ্জাই ঈশ্বৰলৈ ভয় নাৰাখিলে আৰু নিজৰ সীমা পাৰ কৰিলে। সেইবাবে, যিহোৱাই তেওঁক শাস্তি দিলে (২চমূ ৬:৭; w০৫-HI ২/১ ৩২ ¶২১)

নিজকে সোধক, ‘যিহোৱাক অসন্তুষ্ট নকৰিবলৈ মই কি কি কথাৰ প্ৰতি ধ্যান দিয়া উচিত?’—হিতো ৩:৭

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক