ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মে’ পৃষ্ঠা ৯
  • দায়ূদে আনৰ প্ৰতি দয়া দেখুৱাইছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দায়ূদে আনৰ প্ৰতি দয়া দেখুৱাইছিল
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • যিহোৱালৈ ভয় ৰাখক, তেওঁক অসন্তুষ্ট নকৰিব
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • পাঠকসকলৰ প্ৰশ্ন
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • তেওঁলোকে শৰীৰত থকা কাঁইটৰূপী সমস্যাসমূহৰ সম্মুখীন হ’ল
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাৰ প্ৰকৃত প্ৰেম
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মে’ পৃষ্ঠা ৯

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

দায়ূদে আনৰ প্ৰতি দয়া দেখুৱাইছিল

দায়ূদে কাৰ প্ৰতি দয়া দেখুৱাব পাৰে, সেয়া বিচাৰি উলিয়ালে (২চমূ ৯:১; w০৬-HI ৭/১ ১০ ¶৬)

দায়ূদে লগে লগে মফীবোচতক সহায় কৰিলে (১চমূ ২০:১৫, ৪২; ২চমূ ৯:৫-৭; w০৫ ৬/১ ৯ ¶১১)

দায়ূদে মফীবোচতৰ মাটি চোৱা-চিতা কৰিবলৈ চীবাক দায়িত্ব দিলে (২চমূ ৯:৯, ১০; w০২ ২/১ ২০ ¶১০)

এগৰাকী বৃদ্ধ ভনীয়ে এজনী যুৱতী ভনীক সাৱটি ধৰিছে আৰু তাইক শান্ত্বনা দিছে।

দায়ূদে যোনাথনক যি প্ৰতিজ্ঞা কৰিছিল, সেয়া তেওঁ পাহৰি যোৱা নাছিল। আমিও ভাই-ভনীসকলক দয়া দেখুৱা উচিত।—গীত ৪১:১, ২; হিতো ১৯:১৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক