ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মে’ পৃষ্ঠা ১৪
  • অহংকাৰী হৈ অবচালোমে বিদ্ৰোহ কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অহংকাৰী হৈ অবচালোমে বিদ্ৰোহ কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • অম্নোনৰ স্বাৰ্থৰ বেয়া পৰিণাম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • আপুনি যিহোৱাক যি দিয়ে, সেয়া সঁচাকৈ বলিদান হয়নে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱা এজন ন্যায়ী ঈশ্বৰ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মে’ পৃষ্ঠা ১৪
অবচালোমে তলত বহি নিজৰ লোকসকল আৰু আন ইস্ৰায়েলীসকলৰ সন্মুখত তেওঁৰ আগত আঁঠুকাঢ়ি থকা মানুহজনৰ লগত কথা পাতি আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

অহংকাৰী হৈ অবচালোমে বিদ্ৰোহ কৰিলে

লোকসকলে অবচালোমৰ মহিমা কৰাটো তেওঁ বিচাৰিছিল (২চমূ ১৫:১; it-১-E ৮৬০)

অবচালোমে লোকসকলক নিজৰ ফালে আকৰ্ষিত কৰিবলৈ ফুচলাইছিল (২চমূ ১৫:২-৬; w১২-HI ৭/১৫ ১৩ ¶৫)

নিজৰ পিতৃৰ ঠাইত তেওঁ নিজে ৰজা হʼব বিচাৰিছিল (২চমূ ১৫:১০-১২; it-১ ১০৮৩-১০৮৪)

আমি আনতকৈ ডাঙৰ হʼবলৈ চেষ্টা কৰা উচিত নহয়। আমাৰ মনোবৃত্তি কেনেধৰণৰ হয়, তাৰ বিষয়ে আমি চিন্তা কৰা উচিত।—ফিলি ২:৩, ৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক