ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
আপুনি যিহোৱাক যি দিয়ে, সেয়া সঁচাকৈ বলিদান হয়নে?
অৰৌণাৰ মৰণা মৰা খলাত যিহোৱাৰ কাৰণে যজ্ঞ-বেদী স্থাপন কৰিবলৈ দায়ূদক কোৱা হৈছিল (২চমূ ২৪:১৮)
অৰৌণাই নিজৰ মাটি আৰু বলিদানৰ বাবে জন্তু দায়ূদক দিব বিচাৰিছিল (২চমূ ২৪:২১-২৩)
দায়ূদে বিনামূল্যে পোৱা বস্তু বলিদান নকৰোঁ বুলি কৈছিল (২চমূ ২৪:২৪, ২৫; it-১-E ১৪৬)
যেতিয়া আমি যিহোৱাৰ সেৱাত পৰিশ্ৰম কৰোঁ, সময় আৰু সম্পত্তি ব্যৱহাৰ কৰোঁ, তেতিয়া এই ত্যাগৰপৰা যিহোৱা আনন্দিত হয়। (w১২-HI ১/১৫ ১৮ ¶৮) আপুনি আৰু বেছিকৈ প্ৰশংসাৰ বলিদান আগবঢ়াবলৈ কি কি লক্ষ্য ৰাখিব পাৰে?—ইব্ৰী ১৩:১৫.