ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জুলাই পৃষ্ঠা ৬
  • যিহোৱাৰপৰা সহায় লাভ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰপৰা সহায় লাভ কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • যিহোৱাই দায়ূদৰ লগত চুক্তি কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱা এজন ন্যায়ী ঈশ্বৰ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • আপুনি যিহোৱাক যি দিয়ে, সেয়া সঁচাকৈ বলিদান হয়নে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • অম্নোনৰ স্বাৰ্থৰ বেয়া পৰিণাম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জুলাই পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাৰপৰা সহায় লাভ কৰক

যিহোৱাই আমাৰ মিনতি শুনে (২চমূ ২২:৭)

আমাৰ শত্ৰুবোৰতকৈ যিহোৱা বৰ শক্তিশালী (২চমূ ২২:১৪-১৮; cl-HI ১৯ ¶১১)

যিহোৱা নিষ্ঠাৱান হয়, তেওঁ আমাক কেতিয়াও এৰি নিদিয়ে আৰু তেওঁ আমাক সদায় সহায় কৰে (২চমূ ২২:২৬; w১৩-HI ৬/১৫ ১৭-১৮ ¶৪-৫)

ছবি: ১. এগৰাকী যুৱতী ভনীয়ে মূৰ দোৱাই মাটিত বহি আছে। তাইৰ মাকে তাইৰ ওপৰত চিঞৰি আছে আৰু তাইৰ পত্ৰিকাৰবোৰ ফালি দিছে। ২. একেজনী ভনীয়ে বাইবেল পঢ়ি আছে। ৩. তাই ৰাজ্যগৃহত ভাই-ভনীসকলৰ লগত কথা পাতি আছে।

যিহোৱাই আমাৰ সকলো সমস্যা দূৰ কৰিব পাৰে। কিন্তু তেওঁ বহুবাৰ এইদৰে নকৰে, ইয়াৰ পৰিৱৰ্তে এই সমস্যাৰ সন্মুখীন হʼবলৈ তেওঁ আমাক সহায় কৰে। তেওঁ আমাক নিজৰ পবিত্ৰ আত্মা, বাইবেল আৰু ভাই-ভনীসকলৰ যোগেদি সহায় কৰে। (গীত ৫৫:২২) ঈশ্বৰৰপৰা সহায় লাভ কৰিবলৈ আমি কি কৰিব লাগিব?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক