ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ১৫
  • আপোনজনাক হেৰুৱাৰ বেদনা কেনেকৈ সহন কৰিম?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনজনাক হেৰুৱাৰ বেদনা কেনেকৈ সহন কৰিম?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • যেতিয়া আমি নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাওঁ
    আৰু কিছুমান বিষয়
  • পুনৰুত্থান—যি শিক্ষাই আপোনাক প্ৰভাৱিত কৰে
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • পুনৰুত্থানৰ আশাই আপোনাৰ বাবে কেনে অৰ্থ ৰাখে?
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আমাৰ মৃত আপোনজনাক পুনৰুত্থান কৰাৰ শক্তি যীচুৰ আছে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ১৫
প্ৰমোদবনত এগৰাকী মায়ে নিজৰ ছোৱালীক সাৱটি ধৰিছে, যাক এইমাত্ৰ পুনৰ জীৱিত কৰা হৈছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপোনজনাক হেৰুৱাৰ বেদনা কেনেকৈ সহন কৰিম?

যেতিয়া আমাৰ আপোনজনাৰ মৃত্যু হয়, তেতিয়া আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই তেওঁলোকক পুনৰ জীৱিত কৰিব। এই আশাই আমাক বৰ শান্ত্বনা দিয়ে। তথাপি পাপ আৰু মৃত্যু এনে এখন ‘ওৰণিৰ’ দৰে হয়, যিয়ে আমাক সকলোকে ঢাকি ৰাখিছে আৰু যাৰ পৰা আমাৰ উশাহ বন্ধ হোৱা যেন অনুভৱ হয়। (যিচ ২৫:৭, ৮) সেইবাবে “গোটেই সৃষ্টিয়ে প্ৰসৱ-বেদনাৰ দৰে দুখ পাই, একে-লগে কেঁকাই আছে।” (ৰোম ৮:২২) যেতিয়ালৈকে আমাৰ আপোনজনাক পুনৰ জীৱিত কৰা নহয়, তেতিয়ালৈকে তেওঁলোকক হেৰুৱাৰ বেদনা আমি কেনেকৈ সহন কৰিব পাৰিম? বাইবেলত দিয়া সিদ্ধান্তবোৰে আমাক সহায় কৰিব পাৰে।

যেতিয়া আমি নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাওঁ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ডেনিয়েল, মাচাহিৰʼ আৰু ইয়োচিমিয়ে কেনেধৰণৰ বেদনাৰ মাজেৰে পাৰ হৈছিল?

  • তেওঁলোকে কি পাঁচটা পৰামৰ্শ পালন কৰাৰ বাবে সহায় লাভ কৰিলে?

  • প্ৰকৃততে কোনে আমাক শান্ত্বনা দিব পাৰে?—২কৰি ১:৩, ৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক