ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ১৫
  • বাইবেলৰ সিদ্ধান্ত মনত ৰাখি নিজৰ লʼৰা-ছোৱালীক শিকাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেলৰ সিদ্ধান্ত মনত ৰাখি নিজৰ লʼৰা-ছোৱালীক শিকাওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ শাখা প্ৰতিনিধিৰ লগত চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
  • বুদ্ধি বিচাৰি প্ৰতিদিনে বাইবেল পঢ়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ১৫
ছবি: এজনী ছোৱালী যেনেকৈ ডাঙৰ হৈ গৈ আছে, তাইৰ মা-দেউতাক তাইক শিকাই আছে। ১. সৰুকালত তাইৰ মায়ে তাইক “মহান শিক্ষকৰ পৰা শিকক” নামৰ কিতাপৰ পৰা তাইক শিকাই আছে। ২. যেতিয়া তাই অলপ ডাঙৰ হʼল, তেতিয়া তাইৰ দেউতাকে তাইক “প্ৰহৰীদুৰ্গৰ” লেখ কেনেকৈ অধ্যয়ন কৰিব পাৰি, সেয়া দেখুৱাই আছে। ৩. যেতিয়া তাই আৰু অলপ ডাঙৰ হʼল, তেতিয়া তাই ঘৰে ঘৰে প্ৰচাৰ কৰাৰ সময়ত এগৰাকী তিৰোতাক প্ৰচাৰ কৰি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বাইবেলৰ সিদ্ধান্ত মনত ৰাখি নিজৰ লʼৰা-ছোৱালীক শিকাওক

খ্ৰীষ্টান পিতৃ-মাতৃসকলে তেওঁলোকৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ সেৱা কৰাটো বিচাৰে, যাতে তেওঁলোকে আনন্দত থাকে আৰু আশীৰ্বাদ লাভ কৰে। সেইবাবে, তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক ভালদৰে শিকাবলৈ বাইবেলৰ কিছুমান সিদ্ধান্ত মনত ৰাখিব পাৰে।—হিতো ২২:৬.

  • লʼৰা-ছোৱালীক মন খুলি কথা কʼবলৈ সুযোগ দিয়ক।—যাকো ১:১৯

  • লʼৰা-ছোৱালীৰ বাবে ভাল উদাহৰণ ৰাখক।—দ্বিতী ৬:৬

  • উপাসনাৰ লগত জড়িত কামবোৰত লাগি থাকক।—ইফি ৬:৪

তিষ্ঠি থাকিব পৰা এখন ঘৰ নিৰ্মাণ কৰক—সন্তানক “তাৰ চলিব লগীয়া পথ অনুসাৰে শিক্ষা” দিয়ক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • মা-দেউতাসকলে কেনেকৈ ভাবি-চিন্তি কাম কৰিব পাৰে?

  • মা-দেউতাসকলে যাকোব ১:১৯ পদত দিয়া সিদ্ধান্ত কেনেকৈ মানি চলিব পাৰে?

  • যেতিয়া সমস্যা আহে, তেতিয়া মা-দেউতাসকলে কি কৰিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক