ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ১৪
  • ভালদৰে সেৱা কৰিবলৈ কিশোৰ-কিশোৰীসকলক সহায় কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভালদৰে সেৱা কৰিবলৈ কিশোৰ-কিশোৰীসকলক সহায় কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • ইষ্টেৰৰ দৰে মৰ্য্যদাত থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • এজন পিতৃয়ে মৰমেৰে দিয়া উপদেশ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • “তোমাৰ লৰাক লোৱা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • ভাবি-চিন্তি জীৱন-সংগী বাছনি কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ১৪
দায়ূদে চলোমনক মন্দিৰ বনাবলৈ প্ৰয়োজন হোৱা বস্তুবোৰ তৈয়াৰ কৰি থকা শিল্পীসকলক দেখাই আছে।

দায়ূদে চলোমনক কৈ আছে যে তেওঁ মন্দিৰ বনাবলৈ শিল্পী আৰু বস্তুবোৰৰ ব্যৱস্থা কৰিলে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ভালদৰে সেৱা কৰিবলৈ কিশোৰ-কিশোৰীসকলক সহায় কৰক

দায়ূদে জানিছিল যে যিহোৱাৰ সহায়ত চলোমনে মন্দিৰ নিৰ্মাণৰ কাম ভালদৰে চোৱা-চিতা কৰিব পাৰিব (১বং ২২:৫; w১৭.০১-HI ২৯ ¶৮)

দায়ূদে চলোমনক যিহোৱাৰ ওপৰত ভৰসা ৰাখি যিকোনো কাম কৰিবলৈ উৎসাহিত কৰিছিল (১বং ২২:১১-১৩)

দায়ূদে চলোমনক সম্পূৰ্ণৰূপে সহযোগ কৰিলে (১বং ২২:১৪-১৬; w১৭.০১-HI ২৯ ¶৭; বেটুপাতত দিয়া ছবিখন চাওক)

ছবি: ১. এজন প্ৰাচীনে এজন ডেকা ভাইক বুজাই আছে যে তেওঁ মণ্ডলীৰ প্ৰচাৰ এলেকাৰ চোৱা-চিতা কেনেকৈ কৰিব পাৰে। প্ৰাচীনে তেওঁক মণ্ডলীৰ প্ৰচাৰ এলেকাৰ মেপ, এচাইনমেন্ট ৰিকৰ্ড আৰু প্ৰচাৰ এলেকাৰ এখন কাৰ্ড দেখুৱাই আছে। ২. পাছত ডেকা ভাইজনে আন ভাইক বুজাই আছে যে তেওঁ প্ৰচাৰ এলেকাৰ কাৰ্ডৰ অনুসৰি কেনেকৈ প্ৰচাৰ কৰিব লাগে।

নিজকে সোধক: ‘মই মণ্ডলীৰ কিশোৰ-কিশোৰীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ, যাতে তেওঁলোকে ভালদৰে যিহোৱাৰ সেৱা কৰিব পাৰে আৰু এই কামৰ পৰা আনন্দ পাব পাৰে?’—w১৮.০৩-HI ১১-১২ ¶১৪-১৫.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক