ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ৪
  • এজন পিতৃয়ে মৰমেৰে দিয়া উপদেশ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এজন পিতৃয়ে মৰমেৰে দিয়া উপদেশ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • ভালদৰে সেৱা কৰিবলৈ কিশোৰ-কিশোৰীসকলক সহায় কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱাৰ উদ্দেশ্য পূৰ কৰাৰ ইচ্ছা বঢ়াওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱাৰ দৃষ্টিত মানুহৰ জীৱন অতি মূল্যৱান
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰ আশ্ৰয় লওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ৪
ছবি: ১. বৃদ্ধ ৰজা দায়ূদে, চলোমনৰ লগত মন্দিৰ বনোৱাৰ বিষয়ে কথা পাতি আছে। ২. ৰজা চলোমনে মন্দিৰ বনোৱা কামৰ নেতৃত্ব লৈ আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

এজন পিতৃয়ে মৰমেৰে দিয়া উপদেশ

যিহোৱাৰ বিষয়ে ভালদৰে জানিবা (১বং ২৮:৯; w০৫ ৩/১ ১৪ ¶৯)

সম্পূৰ্ণ মনেৰে যিহোৱাৰ সেৱা কৰা (১বং ২৮:৯; w১২-HI ৪/১৫ ১৬ ¶১৩)

ভয় নকৰিবা, যিহোৱাৰ ওপৰত ভৰসা ৰাখা (১বং ২৮:২০; w১৭.০৯-HI ৩২ ¶২০-২১)

এই উপদেশ বৃদ্ধ ৰজা দায়ূদে নিজৰ পুত্ৰ চলোমনক দিছিল। কিয়নো তেওঁ ডেকা আছিল, তেওঁৰ বেছি অভিজ্ঞতা নাছিল আৰু তেওঁক মন্দিৰ বনোৱাৰ এটা ডাঙৰ কাম কৰিবলগীয়া আছিল। এই উপদেশ সকলোৰে বাবে হয়, বিশেষকৈ ডেকা সত্য খ্ৰীষ্টানসকলৰ বাবে। কেনেকৈ বাৰু?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক