ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ১০
  • যিহোৱাৰ উদ্দেশ্য পূৰ কৰাৰ ইচ্ছা বঢ়াওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ উদ্দেশ্য পূৰ কৰাৰ ইচ্ছা বঢ়াওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • দায়ূদ আৰু চৌল
    বাইবেলৰ পৰা শিকোঁ আহা
  • দায়ূদৰ পলায়ন
    বাইবেলৰ কাহিনী
  • দায়ূদ ৰজা হʼল
    বাইবেলৰ কাহিনী
  • যীচুৱে চৌলক বাছনি কৰিলে
    বাইবেলৰ পৰা শিকোঁ আহা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ১০
ছবি: ১. ৰজা চৌলে অহংকাৰী হৈ বেদীত বলিদান আগবঢ়াই আছে। ২. দায়ূদৰ এজন সৈনিকে তেওঁক পানি দি আছে, কিন্তু তেওঁ পানি নাখাওঁ বুলি কৈছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাৰ উদ্দেশ্য পূৰ কৰাৰ ইচ্ছা বঢ়াওক

চৌলে যিহোৱাৰ আজ্ঞা পালন নকৰিলে, সেইবাবে যিহোৱাই তেওঁক ত্যাগ কৰিলে (১বং ১০:১৩, ১৪)

যিহোৱাই চৌলৰ ঠাইত দায়ূদক ৰজা বাছনি কৰিলে (১বং ১১:৩)

দায়ূদ চৌলৰ নিচিনা নাছিল। দায়ূদে যিহোৱাৰ নিয়ম মানিলে আৰু তেওঁৰ সিদ্ধান্তবোৰ মানি চলিলে (১বং ১১:১৫-১৯; w১২-HI ১১/১৫ ৬ ¶১২-১৩)

দায়ূদে সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ উদ্দেশ্য পূৰ কৰিবলৈ বিচাৰিছিল। (গীত ৪০:৮) সঠিক কাম কৰাৰ আমাৰো এনেধৰণৰ ইচ্ছা থকা উচিত। এনে ইচ্ছা আমি কেনেকৈ বঢ়াব পাৰোঁ? আমি বিষয়বোৰ যিহোৱাৰ দৃষ্টিৰে চোৱা উচিত।—গীত ২৫:৪; w১৮.০৬-HI ১৭ ¶৫-৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক