ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মে’ পৃষ্ঠা ১৫
  • কথা-বতৰা আৰম্ভ কৰি আনন্দিত হওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কথা-বতৰা আৰম্ভ কৰি আনন্দিত হওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ‘সঠিক মন ৰখা লোকসকলক’ সোনকালে সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • আপোনাৰ প্ৰগতিৰ বিষয়ে লিখক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মে’ পৃষ্ঠা ১৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

কথা-বতৰা আৰম্ভ কৰি আনন্দিত হওক

লোকসকলৰ লগত সাধাৰণ বিষয়বোৰত কথা পতাটো আনন্দময় হোৱাৰ লগতে ই এটা প্ৰচাৰ কৰাৰ প্ৰভাৱশালী উপায়ো হয়। কিন্তু বহু বাৰ কথা-বতৰা আৰম্ভ কৰাৰ কথা ভাবিয়েই আমাক হয়তো ভয় লাগে, কাৰণ সেই সময়ত আমি ভাবি থাকোঁ যে বাইবেলৰ কথা কেনেকৈ জনাম। সেইবাবে, প্ৰচাৰ কেনেকৈ কৰিম, তাৰ বিষয়ে বেছিকৈ ভবাৰ পৰিৱৰ্তে আমি লোকসকলৰ প্ৰতি আগ্ৰহ দেখুৱা উচিত। (মথি ২২:৩৯; ফিলি ২:৪) কথা পাতি থকাৰ সময়ত যদি আমি সুযোগ পাওঁ, তেনেহʼলে আমি বাইবেলৰ পৰা কিছুমান কথা তেওঁক কʼব পাৰোঁ আৰু এনে কৰিবলৈ আমাৰ ওচৰত বহুতো আলোচনী আছে।

কথা পাতি থকাৰ সময়ত যদি এনে কিবা এটা বিষয় আহি পৰে, যʼত আপুনি প্ৰচাৰ কৰিব পাৰে, তেনেহʼলে তলত দিয়া আলোচনীবোৰ আপুনি কেনেকৈ ব্যৱহাৰ কৰিব পাৰে?

JW.ORG যোগাযোগ কাৰ্ড।
jw.org- চিন।
ছবি: বিভিন্ন ধৰণৰ ট্ৰেক্ট। ১. “আপুনি বাইবেলৰ বিষয়ে কি ভাবে?” ২. “ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?” ৩. “সুখী পৰিয়ালৰ ৰহস্য কি?” ৪. “এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?” ৫. “দুখ-কষ্টৰ অন্ত হʼবনে?” ৬. “মৃত লোকসকল পুনৰ জীৱিত হʼবনে?” ৭. “ঈশ্বৰৰ ৰাজ্য কি হয়?” ৮. “জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ আমি কʼত বিচাৰি পাম?”

“লোহাই লোহাক চোকা কৰে”—কথা-বতৰাৰ আৰম্ভণি নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়ক:

কথা-বতৰা আৰম্ভ কৰাৰ দক্ষতা বঢ়াবলৈ আমি কি তিনিটা পদক্ষেপ লʼব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক