ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জুলাই পৃষ্ঠা ১০
  • “যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • যিহোৱাই আনন্দ দিয়ে
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • বন্ধু বাছনি কৰাৰ সময়ত যিহোৱাৰ বিশ্বাসী হৈ থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • সফলতা লাভ কৰিবলৈ কি কৰা উচিত?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰ দৰে নিৰপেক্ষ হওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জুলাই পৃষ্ঠা ১০
ইজ্ৰাৰ হাতত এখন নুৰা আছে আৰু তেওঁ লোকসকলৰ ওচৰত যিহোৱাৰ মহিমা কৰি আছে।

ইজ্ৰাই লোকসকলক ব্যৱস্থা-পুস্তক পঢ়ি শুনাই যিহোৱাৰ প্ৰশংসা কৰি আছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি”

ইজ্ৰাই যেতিয়া ব্যৱস্থা-পুস্তকখন পঢ়ি শুনাবলগীয়া আছিল, তেতিয়া লোকসকলে তেওঁৰ ওচৰত গোট খালে (নহি ৮:১, ২; w১৩-HI ১০/১৫ ২১-২২ ¶২; বাহিৰত দিয়া ছবিখন চাওক)

সেই সময়ত তেওঁলোকে অতীতত কৰা পাপবোৰ মনত পেলাই কান্দি থকাৰ পৰিৱৰ্তে আনন্দেৰে যিহোৱাৰ সেৱা কৰাৰ প্ৰয়োজন আছিল (নহি ৮:৯, ১১, ১২)

যিহোৱাৰ পৰা পোৱা আনন্দ তেওঁৰ সেৱকসকলৰ বাবে শক্তিৰ নিচিনা হয় (নহি ৮:১০; w০৭-HI ৮/১ ১৭ ¶৯-১০)

আঞ্চলিক অধিৱেশত এহাল দম্পতীয়ে বৃদ্ধ দম্পতীৰ লগত কথা পাতি আছে।

নিজকে সোধক: ‘সমস্যাৰ সত্ত্বেও মই আনন্দত থকাৰ কি কাৰণ আছে?ʼ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক