ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 নৱেম্বৰ পৃষ্ঠা ১৬
  • বেথেলত ভাই-ভনীসকলক শান্ত্বনা দিয়াৰ এক ভাল ব্যৱস্থা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বেথেলত ভাই-ভনীসকলক শান্ত্বনা দিয়াৰ এক ভাল ব্যৱস্থা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আমি কেতিয়াও অকলশৰীয়া নহওঁ!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • মনত ৰাখক ‘যিহোৱা জীৱন্ত ঈশ্বৰ’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 নৱেম্বৰ পৃষ্ঠা ১৬

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বেথেলত ভাই-ভনীসকলক শান্ত্বনা দিয়াৰ এক ভাল ব্যৱস্থা

সকলোৱে কেতিয়াবা নহয় কেতিয়াবা সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। সেই সময়ত তেওঁক সহায় আৰু শান্ত্বনাৰ প্ৰয়োজন হয়। আনকি যিহোৱাৰ লগত ভাল সম্পৰ্ক থকা বা তেওঁৰ সংগঠনত ডাঙৰ ডাঙৰ দায়িত্ব পালন কৰা ভাই-ভনীসকলেও সমস্যাৰ মাজেদি পাৰ হোৱাৰ সময়ত নিৰাশ হʼব পাৰে। (ইয়ো ৩:১-৩; গীত ৩৪:১৯) সেইবাবে, বেথেল পৰিয়ালৰ লোকসকলক উৎসাহিত কৰিবলৈ বাৰে বাৰে মেৰ পালকৰ সাক্ষাৎ কৰা হয়। এই ব্যৱস্থাৰ পৰা আমি কি শিকিব পাৰোঁ?

“ঈশ্বৰত বিশ্বাস ৰাখক” নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • বেথেল পৰিয়ালৰ ভাই-ভনীসকলে কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়?

  • তেওঁলোকক শান্ত্বনা দিবলৈ মেৰ পালকৰ সাক্ষাৎ কৰা ভাইসকলে কি চাৰিটা কাম কৰে?

  • ইয়াৰ পৰা মেৰ পালকৰ সাক্ষাৎ কৰা ভাইসকলৰ কি লাভ হʼল?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক