ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জুলাই পৃষ্ঠা ৫
  • ‘কেতিয়াও চিন্তা নকৰিব’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘কেতিয়াও চিন্তা নকৰিব’
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • আলোচনাৰ বাবে বাইবেলৰ বিষয়
    আলোচনাৰ বাবে বাইবেলৰ বিষয়
  • এক দৰিদ্ৰতাহীন জগত নিকটৱৰ্ত্তী হৈছে
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • কাম আৰু টকা-পইচাৰ বিষয়ে বাইবেলত কি কোৱা হৈছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জুলাই পৃষ্ঠা ৫
এটা দুখীয়া পৰিয়ালৰ ছজন সদস্যই ভাই-ভনীসকলৰ লগত মিলি আধ্যাত্মিক কাম কৰিবলৈ খোজকাঢ়ি গৈছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘কেতিয়াও চিন্তা নকৰিব’

যিহোৱাই দুখীয়া ইস্ৰায়েলীসকলক সহায় কৰিছিল। ঠিক সেইদৰে আজিও যিহোৱাই নিজৰ দুখীয়া সেৱকসকলক কেনেকৈ সহায় কৰে?

  • ধন-সম্পত্তিৰ প্ৰতি সঠিক দৃষ্টি ভংগী বজাই ৰাখিবলৈ যিহোৱাই তেওঁলোকক শিকাইছে।—লূক ১২:১৫; ১তীম ৬:৬-৮

  • যিহোৱাই তেওঁলোকক আত্ম-সন্মান বজাই ৰাখিবলৈ শিকাইছে।—ইয়ো ৩৪:১৯

  • যিহোৱাই তেওঁলোকক পৰিশ্ৰমী হʼবলৈ আৰু বেয়া অভ্যাসবোৰৰপৰা আঁতৰি থাকিবলৈ শিকাইছে।—হিতো ১৪:২৩; ২০:১; ২কৰি ৭:১

  • যিহোৱাই তেওঁলোকক ভাই-ভনীসকলৰ এক পৰিয়াল দিছে, যিয়ে তেওঁলোকৰ যত্ন লয়।—যোহ ১৩:৩৫; ১যোহ ৩:১৭, ১৮

  • যিহোৱাই তেওঁলোকক এক আশা দিছে।—গীত ৯:১৮; যিচ ৬৫:২১-২৩

আমাৰ পৰিস্থিতি যিমানেই বেয়া নহওক কিয়, আমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। (যিচ ৩০:১৫) কিয়নো আমি জীৱনত যিহোৱাৰ ৰাজ্যক প্ৰথম স্থান দিলে, যিহোৱাই আমাৰ সকলো প্ৰয়োজনীয়তা নিশ্চয় পূৰ কৰিব।—মথি ৬:৩১-৩৩.

প্ৰেম কেতিয়াও লুপ্ত নহব . . . অভাৱ হোৱাৰ সত্ত্বেও—কংগো নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • প্ৰেম কেতিয়াও লুপ্ত নহব . . . অভাৱ হোৱাৰ সত্ত্বেও—কংগো নামৰ ভিডিঅʼখনৰ দৃশ্য। বহুতো ভাই-ভনীয়ে চকী আৰু নিজৰ প্ৰয়োজনীয় বস্তুবোৰ লৈ খোজকাঢ়ি অধিৱেশনলৈ গৈছে।

    যʼত অধিৱেশন হয়, সেই ঠাইৰ ভাই-ভনীসকলে আন ঠাইৰপৰা অহা ভাই-ভনীসকলক কেনেকৈ সহায় কৰে?

  • প্ৰেম কেতিয়াও লুপ্ত নহব . . . অভাৱ হোৱাৰ সত্ত্বেও—কংগো নামৰ ভিডিঅʼখনৰ দৃশ্য। এজন ভায়ে দূৰৰপৰা অহা ভাইৰ বাবে নিজৰ ঘৰত বিচনা ঠিক কৰিছে।

    এই ভিডিঅʼখনৰপৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই দুখীয়া ভাই-ভনীসকলৰ যত্ন লয়?

  • প্ৰেম কেতিয়াও লুপ্ত নহব . . . অভাৱ হোৱাৰ সত্ত্বেও—কংগো নামৰ ভিডিঅʼখনৰ দৃশ্য। ভাইসকলে অধিৱেশনলৈ যাবলৈ কাপোৰ পিন্ধিছে।

    আমি ধনী বা দুখীয়া যিয়ে নহওঁ কিয়, আনক সহায় কৰিবলৈ আমি কি কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক