ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ১৫ পৃষ্ঠা ১৮
  • সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰকাশ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰকাশ কৰক
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • উৎসাহ
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • আলোচনা কৰাৰ পদ্ধতি
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • শ্ৰোতাসকলে যাতে শিক্ষা লাভ কৰিব পাৰে
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • প্ৰভাৱশালী সামৰণি
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ১৫ পৃষ্ঠা ১৮

অধ্যায় ১৫

সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰকাশ কৰক

শাস্ত্ৰপদ

১ থিচলনীকীয়া ১:৫

সাৰাংশ: আপুনি যি কৈছে, সেয়া সত্য আৰু গুৰুত্বপূৰ্ণ হয় বুলি নিশ্চয়তাৰে বৰ্ণনা কৰক।

ইয়াক কেনেকৈ কৰিব:

  • ভালদৰে প্ৰস্তুতি কৰক। মূল বিষয়বোৰ কি আৰু বাইবেলে কেনেকৈ প্ৰমাণ কৰে যে এইবোৰ সত্য হয়, ইয়াৰ বিষয়ে বুজি নোপোৱালৈকে আপুনি অধ্যয়ন কৰি থাকক। মূল বিষয়বোৰ সৰল শব্দেৰে বৰ্ণনা কৰিবলৈ চেষ্টা কৰক। শ্ৰোতাসকলক ইয়ে কেনেকৈ সহায় কৰিব, তাৰ ওপৰত ধ্যান কৰক। পবিত্ৰ আত্মাৰ বাবে প্ৰাৰ্থনা কৰক।

    ব্যৱহাৰিক পৰামৰ্শ

    আপুনি ভাষণৰ বিষয়বস্তুৰ সৈতে জ্ঞাত হোৱাৰ বাবে আৰু তাক প্ৰস্তুত কৰিবলৈ উন্নতি কৰাৰ বাবে, আপুনি জোৰে জোৰে উচ্চাৰণ কৰি ভাষণটো অভ্যাস কৰক।

  • নিশ্চয়তা প্ৰকাশ কৰা শব্দ ব্যৱহাৰ কৰক। প্ৰকাশনত লিখা কথাবোৰ আখৰে আখৰে পঢ়াৰ পৰিৱৰ্তে, নিজৰ শব্দেৰে প্ৰকাশ কৰক। এনেধৰণৰ শব্দ বাছনি কৰক, যিয়ে দেখুৱাব যে আপুনি যি কৈছে, তাৰ বিষয়ে আপুনি নিশ্চিত।

  • আন্তৰিকতাৰে আৰু অকপটেৰে বৰ্ণনা কৰক। সকলোৱে শুনাকৈ কওক। যদি অপ্ৰীতিকৰ নহয়, তেনেহʼলে শ্ৰোতাসকলৰ চকুলৈ চাই ভাষণ দিয়ক।

    ব্যৱহাৰিক পৰামৰ্শ

    সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰকাশ কৰা আৰু কোনো এটা কথাত ধৰি ৰখা, মিছা দাবী কৰা অথবা নিজৰ কথা সত্য হয় বুলি হেঁচা দিয়াৰ মাজত পাৰ্থক্য আছে। আনকি, আন্তৰিকতাৰে আৰু অকপটেৰে বৰ্ণনা কৰাৰ সময়ত নিজৰ শ্ৰোতাসকলক প্ৰেমেৰে উৎসাহিত কৰা উচিত।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক