১
বাক্য মানুহ হʼল (১-১৮)
যোহন বাপ্তিষ্মা দিওঁতাৰ সাক্ষ্য (১৯-২৮)
যীচু, ঈশ্বৰৰ ভেড়া পোৱালি (২৯-৩৪)
যীচুৰ প্ৰথম শিষ্যসকল (৩৫-৪২)
ফিলিপ আৰু নথনেল (৪৩-৫১)
২
কান্না চহৰত বিয়া; পানীক দ্ৰাক্ষাৰসলৈ সলনি কৰা (১-১২)
যীচুৱে মন্দিৰ পৰিষ্কাৰ কৰে (১৩-২২)
মানুহৰ হৃদয়ত কি আছে, যীচুৱে জানে (২৩-২৫)
৩
৪
যীচু আৰু চমৰীয়া তিৰোতা (১-৩৮)
বহুতো চমৰীয়াই যীচুৰ ওপৰত বিশ্বাস কৰিলে (৩৯-৪২)
যীচুৱে অধিকাৰীৰ লʼৰাজনক সুস্থ কৰিলে (৪৩-৫৪)
৫
বৈথেচদাত বেমাৰী মানুহজনক সুস্থ কৰা হʼল (১-১৮)
যীচুক তেওঁৰ পিতৃয়ে অধিকাৰ দিলে (১৯-২৪)
মৃতবিলাকে যীচুৰ মাত শুনিব (২৫-৩০)
যীচুৰ বিষয়ে সাক্ষ্য (৩১-৪৭)
৬
যীচুৱে ৫,০০০ জনক খোৱালে (১-১৫)
যীচুৱে পানীৰ ওপৰত খোজ কাঢ়ে (১৬-২১)
যীচু “জীৱন দিওঁতা আহাৰ” (২২-৫৯)
যীচুৰ কথা শুনি বহুতো লোকে বিশ্বাস হেৰুৱালে (৬০-৭১)
৭
যীচু পঁজা-পৰ্বৰ উৎসৱৰ কাৰণে গʼল (১-১৩)
উৎসৱত যীচুৱে শিকায় (১৪-২৪)
খ্ৰীষ্টৰ বিষয়ে বেলেগ বেলেগ মন্তব্য (২৫-৫২)
৮
৯
যীচুৱে জন্মৰে পৰা অন্ধ মানুহ এজনক ভাল কৰিলে (১-১২)
ফৰীচীবিলাকে সেই মানুহজনক সোধ-পোছ কৰে (১৩-৩৪)
ফৰীচীবিলাকৰ অন্ধতা (৩৫-৪১)
১০
ৰখীয়া আৰু ভেড়াৰ গঁৰাল (১-২১)
সমৰ্পণৰ উৎসৱত যিহূদীসকলে যীচুৰ লগত তৰ্ক কৰে (২২-৩৯)
বহুতো যিহূদীয়ে বিশ্বাস নকৰিলে (২৪-২৬)
“মোৰ ভেড়াবোৰে মোৰ মাত শুনে” (২৭)
পুত্ৰ, পিতৃৰ লগত একতাত আছে (৩০, ৩৮)
যৰ্দ্দনৰ সিপাৰে থকা বহুতো লোকে বিশ্বাস কৰিলে (৪০-৪২)
১১
লাজাৰৰ মৃত্যু (১-১৬)
মৰিয়ম আৰু মাৰ্থাক যীচুৱে শান্ত্বনা দিয়ে (১৭-৩৭)
যীচুৱে লাজাৰক জীয়াই তুলিলে (৩৮-৪৪)
যীচুক হত্যা কৰাৰ ষড়যন্ত্ৰ (৪৫-৫৭)
১২
মৰিয়মে যীচুৰ ভৰিত তেল ঢালি দিয়ে (১-১১)
যীচু ৰজা হিচাপে প্ৰৱেশ কৰে (১২-১৯)
যীচুৱে নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (২০-৩৭)
যিহূদীসকলে বিশ্বাস নকৰিলে, যাৰ বাবে ভৱিষ্যবাণী পূৰ হʼল (৩৮-৪৩)
যীচুৱে জগতক ৰক্ষা কৰিবলৈ আহিল (৪৪-৫০)
১৩
যীচুৱে নিজৰ শিষ্যসকলৰ ভৰি ধুৱাই (১-২০)
যীচুৱে কয় যে তেওঁক ধৰাই দিয়াজন যিহূদা হয় (২১-৩০)
নতুন আজ্ঞা (৩১-৩৫)
যীচুৱে কʼলে যে পিতৰে তেওঁক অস্বীকাৰ কৰিব (৩৬-৩৮)
১৪
১৫
আঙুৰৰ প্ৰকৃত লতাৰ উদাহৰণ (১-১০)
খ্ৰীষ্টৰ দৰে প্ৰেম কৰাৰ আজ্ঞা (১১-১৭)
জগতে যীচুৰ শিষ্যসকলক ঘৃণা কৰে (১৮-২৭)
১৬
যীচুৰ শিষ্যসকলে মৃত্যুৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে (১-৪ক)
পবিত্ৰ শক্তিৰ কাম (৪খ-১৬)
শিষ্যসকলৰ দুখ আনন্দলৈ সলনি হʼব (১৭-২৪)
যীচুৱে জগতক জয় কৰিলে (২৫-৩৩)
১৭
১৮
যিহূদাই যীচুৰ লগত বিশ্বাসঘাত কৰে (১-৯)
পিতৰে তৰোৱাল ব্যৱহাৰ কৰে (১০, ১১)
যীচুক হাননৰ ওচৰলৈ লৈ যোৱা হʼল (১২-১৪)
পিতৰে প্ৰথমবাৰ অস্বীকাৰ কৰে (১৫-১৮)
যীচু হাননৰ সন্মুখত (১৯-২৪)
পিতৰে দ্বিতীয় আৰু তৃতীয়বাৰ অস্বীকাৰ কৰে (২৫-২৭)
যীচু পীলাতৰ সন্মুখত (২৮-৪০)
১৯
যীচুক চাবুকেৰে কোবোৱা হʼল, তেওঁক ঠাট্টা কৰা হʼল (১-৭)
পীলাতে আকৌ যীচুক প্ৰশ্ন কৰে (৮-১৬ক)
যীচুক গলগথাত কাঠত গজাল মাৰি দিয়া হʼল (১৬খ-২৪)
যীচুৱে নিজৰ মাকৰ চোৱা-চিতা কৰাৰ ব্যৱস্থা কৰে (২৫-২৭)
যীচুৰ মৃত্যু (২৮-৩৭)
যীচুক কবৰ দিয়া হʼল (৩৮-৪২)
২০
খালী কবৰ (১-১০)
যীচুৱে মৰিয়ম মগ্দলীনীক দেখা দিয়ে (১১-১৮)
যীচুৱে নিজৰ শিষ্যসকলক দেখা দিয়ে (১৯-২৩)
থোমাই সন্দেহ কৰে; তাৰ পাছত বিশ্বাস কৰে (২৪-২৯)
এই নুৰাটোৰ উদ্দেশ্য (৩০, ৩১)
২১
যীচুৱে শিষ্যসকলক দেখা দিয়ে (১-১৪)
যীচুক প্ৰেম কৰোঁ বুলি পিতৰে বাৰে বাৰে কয় (১৫-১৯)
যীচুৰ প্ৰিয় শিষ্যজনৰ ভৱিষ্যৎ (২০-২৩)
সমাপ্তি (২৪, ২৫)