ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ll ভাগ ১৪ পৃষ্ঠা ৩০-৩১
  • যিহোৱাৰ প্ৰতি আপুনি কেনেকৈ বিশ্বাসী হৈ থাকিব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ প্ৰতি আপুনি কেনেকৈ বিশ্বাসী হৈ থাকিব?
  • ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • মিল থকা বিষয়
  • ভাগ ১৪
    ঈশ্বৰৰ বাক্য শুনক
  • মই নিজৰ জীৱন ঈশ্বৰলৈ সমৰ্পণ কৰি বাপ্তিষ্মা লোৱা উচিত নে?
    বাইবেলে আমাক কি শিকায়?
  • যিহোৱাক প্ৰেম কৰিলে আপুনি বাপ্তিষ্মা লʼব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • যিহোৱাৰ কাষত থাকক
    বাইবেলে আমাক কি শিকায়?
আৰু চাওক
ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
ll ভাগ ১৪ পৃষ্ঠা ৩০-৩১

ভাগ ১৪

যিহোৱাৰ প্ৰতি আপুনি কেনেকৈ বিশ্বাসী হৈ থাকিব?

যিহোৱাৰ পক্ষে থিয় দিয়ক। ১ পিতৰ ৫:৬-৯

এজন সত্য খীষ্টানে মিছা ধৰ্ম বা ৰাজনীতিৰ লগত জড়িত হ’বলৈ অস্কীকাৰ কৰিছ

বাইবেলৰ লগত মিল নথকা নীতি-নিয়মবোৰত ভাগ নলʼব। এনে কৰাটো সহজ নহয়। আপোনাক সাহসৰ প্ৰয়োজন হʼব।

ৰাজনীতিত ভাগ নলʼব, কিয়নো তেওঁলোকে যিহোৱা আৰু তেওঁৰ ৰাজ্যক সমৰ্থন নকৰে।

  • যিহোৱাই তেওঁৰ প্ৰতি বিশ্বাসী হৈ থকা লোকসকলক সুৰক্ষা দিয়ে।—গীতমালা ৯৭:১০.

উচিত নিৰ্ণয় লওক আৰু ঈশ্বৰৰ বাক্য শুনক। মথি ৭:২৪, ২৫

এজন ব্যক্তিয়ে ৰাজ্যগৃহত হোৱা সভাৰ বাবে উপথত হৈছ আৰু এজন যিহোৱাৰ সাক্ষীৰ লগত বাইবেল অধ্যয়ন কৰিছ

যিহোৱাৰ সাক্ষীসকলৰ লগত যোগাযোগ কৰক। ঈশ্বৰৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁলোকে আপোনাক সহায় কৰিব।

ঈশ্বৰৰ বিষয়ে শিকি থাকক আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ চেষ্টা কৰক।

এজন ব্যক্তিয়ে পাৰ্থনাৰ যোগেদি নিজকে যিহোৱা ঈশ্বৰলৈ সমৰ্পণ কৰিছ আৰু তাৰ পাছত বাতমা লৈছ

যেতিয়া আপোনাৰ বিশ্বাস মজবুত হʼব, তেতিয়া আপুনি যিহোৱা ঈশ্বৰলৈ নিজকে সমৰ্পণ কৰক আৰু বাপ্তিষ্মা লওক।—মথি ২৮:১৯.

ঈশ্বৰৰ বাক্য শুনক। বাইবেলখন পঢ়ক আৰু ইয়াক ভালদৰে বুজিবলৈ যিহোৱাৰ সাক্ষীসকলৰ সহায় বিচাৰক। এনে কৰিলে আপুনি অনন্ত জীৱন জীয়াই থাকিব।—গীতমালা ৩৭:২৯.

  • অনুতাপ কৰক আৰু ক্ষমা বিচাৰক।—পাঁচনিৰ কৰ্ম্ম ৩:১৯.

  • অনন্ত জীৱনৰ পথত চলক।—মথি ৭:১৩, ১৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক