মোচি আৰু হাৰোণে ফৰৌণৰ আগত আচৰিত কৰ্ম্ম কৰিছে
আলোচনাৰ বাবে আৰ্হি
●○ প্ৰথম সাক্ষাৎ
প্ৰশ্ন: আমি কেনেকৈ জানিব পাৰোঁ যে আমি সন্মুখীন হোৱা দুখ-কষ্টবোৰ ঈশ্বৰে দিয়া শাস্তি নহয়?
পদ: যাকো ১:১৩
পৰৱৰ্তী সাক্ষাতৰ বাবে: আমি কিয় দুখ-কষ্টৰ সন্মুখীন হ’বলগীয়া হয়?
○● পুনৰ সাক্ষাৎ
প্ৰশ্ন: আমি কিয় দুখ-কষ্টৰ সন্মুখীন হ’বলগীয়া হয়?
পদ: ১যোহ ৫:১৯
পৰৱৰ্তী সাক্ষাতৰ বাবে: আমাৰ দুখ-কষ্ট দেখি ঈশ্বৰে কেনে অনুভৱ কৰে?