১
থিয়ফিললৈ সম্বোধন (১-৫)
পৃথিৱীৰ চুকে-কোণে সাক্ষ্য (৬-৮)
যীচুক স্বৰ্গলৈ উঠাই নিয়া হʼল (৯-১১)
শিষ্যসকলে এক উদ্দেশ্যেৰে একগোট হৈছিল (১২-১৪)
যিহূদাৰ ঠাইত মত্তথিয়ক বাছনি কৰা হʼল (১৫-২৬)
২
পেণ্টাকোষ্টৰ দিনাখন পবিত্ৰ শক্তি ঢালি দিয়া হʼল (১-১৩)
পিতৰৰ ভাষণ (১৪-৩৬)
ভাষণ শুনি লোকসকলে পদক্ষেপ লয় (৩৭-৪১)
খ্ৰীষ্টানে এজনে-আনজনৰ লগত সংগতি কৰে (৪২-৪৭)
৩
৪
পিতৰ আৰু যোহনক গ্ৰেপ্তাৰ (১-৪)
মহা-সভাৰ সন্মুখত মোকৰ্দ্দমা (৫-২২)
সাহসৰ বাবে প্ৰাৰ্থনা (২৩-৩১)
শিষ্যসকলে নিজৰ বস্তু এজনে-আনজনৰ লগত ভগাই লৈছিল (৩২-৩৭)
৫
অননিয় আৰু ছাফীৰা (১-১১)
পাঁচনিসকলে বহুতো চমৎকাৰ কৰে (১২-১৬)
জেলত আৰু পাছত মুকলি কৰা হʼল (১৭-২১ক)
আকৌ মহা-সভাৰ সন্মুখত (২১খ-৩২)
গমলীয়েলৰ পৰামৰ্শ (৩৩-৪০)
ঘৰে ঘৰে গৈ প্ৰচাৰ (৪১, ৪২)
৬
৭
৮
অত্যাচাৰ কৰা চৌল (১-৩)
ফিলিপে চমৰীয়াত ভাল পৰিণাম পালে (৪-১৩)
পিতৰ আৰু যোহনক চমৰীয়ালৈ পঠোৱা হʼল (১৪-১৭)
চিমোনে পবিত্ৰ শক্তিক কিনিবলৈ চেষ্টা কৰিলে (১৮-২৫)
ইথিউপিয়াৰ নপুংসক (২৬-৪০)
৯
চৌল দম্মেচকৰ ৰাস্তাত (১-৯)
চৌলৰ সহায় কৰিবলৈ অননিয়ক পঠোৱা হʼল (১০-১৯ক)
চৌলে দম্মেচকত যীচুৰ বিষয়ে প্ৰচাৰ কৰে (১৯খ-২৫)
চৌল যিৰূচালেমলৈ গʼল (২৬-৩১)
পিতৰে ঐনিয়ক সুস্থ কৰিলে (৩২-৩৫)
উদাৰ মনৰ দৰ্কাক জীয়াই তোলা হʼল (৩৬-৪৩)
১০
কৰ্ণীলিয়ই দৰ্শন দেখিলে (১-৮)
পিতৰে ঈশ্বৰে শুচি কৰা জন্তুৰ দৰ্শন দেখিলে (৯-১৬)
পিতৰে কৰ্ণীলিয়ৰ ঘৰলৈ গʼল (১৭-৩৩)
পিতৰে যিহূদী নোহোৱা লোকসকলক শুভবাৰ্তা শুনালে (৩৪-৪৩)
যিহূদী নোহোৱা লোকসকলে পবিত্ৰ শক্তি লাভ কৰিলে; তেওঁলোকে বাপ্তিষ্মা লʼলে (৪৪-৪৮)
১১
পিতৰে পাঁচনিসকলৰ ওচৰলৈ খবৰ লৈ আনে (১-১৮)
বাৰ্ণব্বা আৰু চৌল চিৰিয়াৰ আন্তিয়খিয়াত (১৯-২৬)
আগাবে আকালৰ ভৱিষ্যবাণী কৰে (২৭-৩০)
১২
যাকোবৰ হত্যা; পিতৰ জেলত (১-৫)
পিতৰক চমৎকাৰ কৰি মুকলি কৰা হʼল (৬-১৯)
স্বৰ্গদূতে হেৰোদক আঘাত কৰিলে (২০-২৫)
১৩
বাৰ্ণব্বা আৰু চৌলক মিচনেৰী বনোৱা হʼল (১-৩)
কুপ্ৰত প্ৰচাৰ (৪-১২)
পিচিদিয়াৰ আন্তিয়খিয়াত পৌলৰ ভাষণ (১৩-৪১)
ভৱিষ্যবাণীত আন ৰাষ্ট্ৰৰ লোকসকলৰ ওচৰলৈ যোৱাৰ আজ্ঞা (৪২-৫২)
১৪
ইকনিয়ত বৃদ্ধি আৰু বিৰোধ (১-৭)
লুস্ত্ৰাত তেওঁলোকক দেৱতা বুলি ভবা হʼল (৮-১৮)
পৌলক শিল দলিয়াই মৰাৰ পাছতো তেওঁ বাচি গʼল (১৯, ২০)
মণ্ডলীক মজবুত কৰা হʼল (২১-২৩)
চিৰিয়াৰ আন্তিয়খিয়ালৈ উভতি গʼল (২৪-২৮)
১৫
আন্তিয়খিয়াত চুন্নতৰ বিষয়ক লৈ তৰ্ক-বিতৰ্ক (১, ২)
চুন্নতৰ বিষয়টোক যিৰূচালেমলৈ পঠোৱা হʼল (৩-৫)
প্ৰাচীন আৰু পাঁচনিসকল একত্ৰিত হʼল (৬-২১)
প্ৰশাসন গোষ্ঠীৰ চিঠি (২২-২৯)
চিঠিৰ পৰা মণ্ডলীবোৰৰ উৎসাহ বাঢ়িল (৩০-৩৫)
পৌল আৰু বাৰ্ণব্বাই বেলেগ বেলেগ ঠাইলৈ গʼল (৩৬-৪১)
১৬
পৌলে তীমথিয়ক বাছনি কৰে (১-৫)
দৰ্শনত মাকিদনিয়াৰ মানুহজনক দেখা পালে (৬-১০)
ফিলিপীত লুদিয়াই প্ৰভুত বিশ্বাস কৰিবলৈ ধৰে (১১-১৫)
পৌল আৰু চীল জেলত (১৬-২৪)
জেলৰ অধ্যক্ষ আৰু তেওঁৰ পৰিয়ালে বাপ্তিষ্মা লয় (২৫-৩৪)
পৌলে অধিকাৰীক ক্ষমা খুজিবলৈ কয় (৩৫-৪০)
১৭
থিচলনীকীত পৌল আৰু চীল (১-৯)
বিৰয়াত পৌল আৰু চীল (১০-১৫)
আথীনীত পৌল (১৬-২২ক)
আৰেয়পাগত পৌলৰ ভাষণ (২২খ-৩৪)
১৮
কৰিন্থত পৌলৰ প্ৰচাৰ (১-১৭)
চিৰিয়াৰ আন্তিয়খিয়ালৈ উভতি গʼল (১৮-২২)
পৌল গালাতিয়া আৰু ফৰুগিয়ালৈ ওলাই গʼল (২৩)
কথা পতাত পাকৈত আপল্লোক সহায় কৰা হʼল (২৪-২৮)
১৯
ইফিচত পৌল; কিছুমান লোকৰ আকৌ বাপ্তিষ্মা (১-৭)
পৌলে কʼত কʼত শিকালে (৮-১০)
দুষ্ট স্বৰ্গদূতবিলাকৰ প্ৰভাৱৰ সত্ত্বেও সফলতা (১১-২০)
ইফিচত হুলস্থূল (২১-৪১)
২০
মাকিদনিয়া আৰু গ্ৰীচত পৌল (১-৬)
ত্ৰোৱাত উতুখক জীয়াই তোলা হʼল (৭-১২)
ত্ৰোৱাৰ পৰা মিলীতলৈকে যাত্ৰা (১৩-১৬)
পৌলে ইফিচৰ প্ৰাচীনসকলক লগ কৰিলে (১৭-৩৮)
২১
যিৰূচালেমলৈ যোৱাৰ পথত (১-১৪)
তেওঁলোকে যিৰূচালেম পালে (১৫-১৯)
পৌলে প্ৰাচীনসকলৰ পৰামৰ্শ মানে (২০-২৬)
মন্দিৰত হুলস্থূল; পৌলক গ্ৰেপ্তাৰ (২৭-৩৬)
পৌলে ভিৰৰ লগত কথা পাতিবলৈ অনুমতি পালে (৩৭-৪০)
২২
২৩
পৌলে মহা-সভাৰ সন্মুখত কয় (১-১০)
প্ৰভুৱে পৌলৰ সাহস বঢ়ালে (১১)
পৌলক হত্যা কৰাৰ ষড়যন্ত্ৰ (১২-২২)
পৌলক কৈচৰিয়ালৈ লৈ যোৱা হʼল (২৩-৩৫)
২৪
পৌলৰ বিৰুদ্ধে অভিযোগ (১-৯)
ফীলিক্সৰ সন্মুখত পৌলে নিজৰ পক্ষে কয় (১০-২১)
পৌলৰ মোকৰ্দ্দমা দুবছৰলৈকে পিছুৱাই দিয়া হʼল (২২-২৭)
২৫
ফীষ্টৰ সন্মুখত পৌলৰ মোকৰ্দ্দমা (১-১২)
ফীষ্টে ৰজা আগ্ৰিপ্পৰ পৰা পৰামৰ্শ বিচাৰে (১৩-২২)
পৌল আগ্ৰিপ্পৰ সন্মুখত (২৩-২৭)
২৬
পৌলে আগ্ৰিপ্পৰ সন্মুখত নিজৰ পক্ষে কয় (১-১১)
পৌলে কয় যে তেওঁ কেনেকৈ খ্ৰীষ্টান হʼল (১২-২৩)
ফীষ্ট আৰু আগ্ৰিপ্পই কি কʼলে (২৪-৩২)
২৭
২৮
মিলিতা দ্বীপৰ পাৰলৈ গৈ পালে (১-৬)
পুব্লিয়ৰ দেউতাৰ বেমাৰ সুস্থ হʼল (৭-১০)
ৰোমৰ ফালে (১১-১৬)
পৌলে ৰোমত যিহূদীসকলৰ লগত কথা পাতে (১৭-২৯)
পৌলে দুবছৰলৈকে সাহসেৰে প্ৰচাৰ কৰে (৩০, ৩১)