ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ১৫৪
  • অলুপ্ত প্ৰেম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অলুপ্ত প্ৰেম
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • শনিবাৰ
    ২০১৯ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • প্ৰেমেৰে নিজকে গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • এতিয়া আমি এক দেহ হʼলোঁ
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ১৫৪

গীত নং ১৫৪

অলুপ্ত প্ৰেম

(১ কৰিন্থীয়া ১৩:৮)

  1. ১. এই ফালে চোৱা;

    সকলো চেহেৰাত প্ৰেম—

    পোৱা যি নাযায়, এই ধৰাত।

    সত্য বন্ধুসকল

    যি ইমান প্ৰেম দিলে,

    তেওঁ আমাৰ বাবে অমূল্য।

    (প্ৰী-কোৰাচ)

    প্ৰেম বিজয়ী যি বিশ্বাস,

    নহয় লুপ্ত, আৰু।

    (কোৰাচ)

    প্ৰেম—অলুপ্ত প্ৰেম—

    যি যিহোৱাই কৰে।

    যিহোৱা প্ৰেম।

    প্ৰেম—অলুপ্ত প্ৰেম—

    যি যিহোৱাই কৰে,

    আজি আমি দেখাওঁ

    আনে হৃদয়ত ৰাখে—

    অলুপ্ত প্ৰেম।

  2. ২. দুখৰ বোজাত

    যেতিয়া হওঁ নিৰাশ;

    হাবাথুৰি খাওঁ চিন্তাতে,

    সুখী হওঁ আমি

    পাই বাট বিচাৰি

    যা-ৰ প্ৰেমে দিয়ে শান্ত্বনা।

    (প্ৰী-কোৰাচ)

    প্ৰেম আৰু লুপ্ত নহয়,

    থাকে ই সৰ্বদা।

    (কোৰাচ)

    প্ৰেম—অলুপ্ত প্ৰেম—

    যি যিহোৱাই কৰে।

    যিহোৱা প্ৰেম।

    প্ৰেম—অলুপ্ত প্ৰেম—

    যি যিহোৱাই কৰে,

    আজি আমি দেখাওঁ

    আনে হৃদয়ত ৰাখে—

    (কোৰাচ)

    প্ৰেম—অলুপ্ত প্ৰেম—

    যি যিহোৱাই কৰে।

    যিহোৱা প্ৰেম।

    প্ৰেম—অলুপ্ত প্ৰেম—

    যি যিহোৱাই কৰে,

    আজি আমি দেখাওঁ

    আনে হৃদয়ত ৰাখে—

    অলুপ্ত প্ৰেম,

    অলুপ্ত প্ৰেম,

    অলুপ্ত প্ৰেম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক