ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/০৩ পৃষ্ঠা ৪
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/০৩ পৃষ্ঠা ৪

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ মে’ ১

“কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ মানুহৰ ক্ষমতা নাই। এই বিষয়ে এই উদাহৰণটোক লক্ষ্য কৰক। [ইয়োব ২১:⁠৭ পদটো পঢ়ক।] আপোনাৰ মনত কেতিয়াবা এনে এটা প্ৰশ্ন উদয় হৈছেনে যিটোৰ বিষয়ে আপুনি ঈশ্বৰক সুধিব বিচাৰিব? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনে পৃথিৱীৰ বিভিন্ন ভাগৰ লোকসকলে সোধা জীৱনৰ তিনিটা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সন্তুষ্টিজনক উত্তৰৰ বিষয়ে আলোচনা কৰিছে।”

সচেতন! মে’ ২২

“বৰ্তমান কীট-পতঙ্গৰ পৰা উৎপন্ন হোৱা ৰোগ আমাৰ স্বাস্থ্যৰ বাবে বিপদজনক হৈ পৰিছে। আপুনি জানেনে যে এনে কিছুমান প্ৰতিষেধক কাৰ্য্য আছে যাৰ যোগেদি আমি নিজকে তেনে ৰোগৰ পৰা ৰক্ষা কৰিব পাৰোঁ? [উত্তৰৰ বাবে অলপ ৰওক।] এই আলোচনীখনে তেনে কিছুমান প্ৰতিষেধক কাৰ্য্যৰ বিষয়ে উল্লেখ কৰিছে আৰু ইয়াৰ উপৰিও বাইবেলত এনে এটা সময়ৰ বিষয়ে কৈছে, যʼত কোনো ধৰণৰ ৰোগ বা বেমাৰ নাথাকিব।” যিচয়া ৩৩:⁠২৪ পদটো পঢ়ি কথোপকথন সমাপ্ত কৰক।

প্ৰহৰীবুৰুজ  মে’ ১

“বৰ্তমান আমাৰ চাৰিওফালে হৈ থকা যুদ্ধ, অত্যাচাৰ আৰু সন্ত্ৰাসবাদৰ কাৰ্য্যসমূহ যে কেতিয়া অন্ত পৰিব, এই বুলি ভাবি বহুতে আচৰিত হৈছে। আপুনি এই বিষয়ে কি ভাবে? [গৃহস্থক নিজৰ অভিমত কʼবলৈ সময় দিয়ক।] কিন্তু বাইবেলে আমাক এই শান্ত্বনাদায়ক আশা প্ৰদান কৰিছে। [গীতমালা ৩৭:⁠১০, ১১ পদটো পঢ়ক।] এই আলোচনীখনে এই শান্ত্বনাদায়ক আশাৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰিছে।”

সচেতন! জুন ৮

“আজি দেখিবলৈ পোৱা গৈছে যে লোকসকলে অতীতৰ দৰে নৈতিক আৰু ভাল আচৰণৰ প্ৰতি অধিক মূল্যাঙ্কন নকৰে। আপুনি তাক দৃষ্টি কৰিব পাৰিছেনে? [উত্তৰৰ বাবে অলপ ৰওক।] মন কৰিবলগীয়া এই যে বাইবেলে সেই বিষয়ে আগৰে পৰা ভৱিষ্যতবাণী কৰিছিল। [২ তীমথিয় ৩:⁠১-​৫ পদটো পঢ়ক।] এই সংখ্যাৰ সচেতন! আলোচনীখনত সেইবোৰৰ প্ৰতি মানৱজাতিৰ মূল্যাঙ্কন কিয় হ্ৰাস হৈছে আৰু ভৱিষ্যতে কি ঘটিব, এই বিষয়ে আলোচনা কৰিছে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক