ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/০৫ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/০৫ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ মে’ ১

“ভাৰসাযোগ্য নিৰ্দ্দেশনাৰ প্ৰতি আমি সকলোৱে মূল্যাঙ্কন কৰোঁ। একমাত্ৰ বাইবেলে তেনে ভাৰসাযোগ্য নিৰ্দ্দেশনা প্ৰদান কৰা বুলি দাবী কৰিছে। [গীত ১১৯:⁠১০৫ পদটো পঢ়ক আৰু আলোচনীখনৰ ২২ আৰু ২৭ পৃষ্ঠা খুলক।] বাইবেলে প্ৰদান কৰা তেনে নিৰ্দ্দেশনাৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ, এই বিষয়ে আলোচনীখনত বুজাই দিয়া হৈছে।”

সচেতন! মে’ ২২

“বহুতে শুনিবলৈ পাইছে যে, স্বাস্থ্য ভালে ৰাখিবলৈ ব্যায়াম কৰা আৱশ্যক। তথাপিও বহুতে আৱশ্যকীয় পৰিমাণে ব্যায়াম নকৰে। নহয়নে বাৰু? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] নিয়মীয়াকৈ ব্যায়াম কৰি পোৱা লাভসমূহৰ বিষয়ে এই আলোচনীখনত আলোচনা কৰাৰ উপৰিও এনে কিছুমান ব্যায়ামৰ বিষয়ে কোৱা হৈছে, যিবোৰক লোকসকলে ব্যস্ত থকাৰ স্বত্বেও কৰিব পাৰে।”

প্ৰহৰীবুৰুজ জুন ১

“জগতখনত থকা দৰিদ্ৰতাৰ এটা সময়ত অন্ত হʼব বুলি আপুনি ভাবেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই বিষয়ে ঈশ্বৰৰ বাক্যত কেনে প্ৰতিজ্ঞা কৰা হৈছে, সেই বিষয়ে লক্ষ্য কৰক। [যিচয়া ৬৫:⁠২১ পদটো পঢ়ক।] এই প্ৰতিজ্ঞা কেনেকৈ বাস্তৱিকতালৈ পৰিণত হʼব, সেই বিষয়ে এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনত আলোচনা কৰা হৈছে।” গৃহস্থৰ সৈতে পুনৰাই আহি বিবেচনা কৰিবলৈ ব্যৱস্থা কৰি এই প্ৰশ্নটো সোধক: প্ৰতিজ্ঞা কৰা এই পৰিৱৰ্তন কেতিয়া পূৰ্ণ হʼব?

সচেতন! জুন ৮

“আপুনি লক্ষ্য কৰিব পাৰিছেনে যে, আজি বহুতে বাঢ়ি অহা চৰ্ম কেন্সাৰ ৰোগৰ প্ৰতি চিন্তিত হৈ পৰিছে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই সংখ্যাৰ সচেতন! আলোচনীখনত বৰ্তমান সময়ত মাৰাত্মক হৈ পৰা চৰ্ম কেন্সাৰ ৰোগৰ বিষয়ে আৰু আমি নিজকে ইয়াৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, সেই বিষয়ে আলোচনা কৰা হৈছে।” ইয়োব ৩৩:⁠২৫ পদটো পঢ়ি শান্ত্বনাদায়ক প্ৰতিজ্ঞাৰ বিষয়ে উল্লেখ কৰি সমাপ্তি কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক