ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০৫ পৃষ্ঠা ৪
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০৫ পৃষ্ঠা ৪

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ নবেম্বৰ ১

“নম্ৰতা কি? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু হিতোপদেশ ২২:⁠৪ পদটো পঢ়ক। আলোচনীখনৰ ১৭ পৃষ্ঠা খুলক।] এই আলোচনীখনত কেৱল নম্ৰতাৰ বিষয়ে যে বৰ্ণনা কৰিছে, এনে নহয়। কিন্তু কেনেকৈ এই গুণটো বিকশিত কৰিব পাৰে, সেই বিষয়েও উল্লেখ কৰিছে।”

সচেতন! নবেম্বৰ ২২

“পৃথিৱীত যদিও সকলোৱে খাব পৰাকৈ যথেষ্ট পৰিমাণে আহাৰ উৎপন্ন হয়, তথাপিও প্ৰায় ৮০ কোটি লোকে আজি পুষ্টিহীনতাৰ কবলত পৰিছে। এইটো বাস্তৱতে এক দুখৰ বিষয় নহয়নে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনত আজি চহৰবোৰত বৃদ্ধি হৈ অহা প্ৰত্যাহ্বানবোৰৰ বিষয়ে আলোচনা কৰিছে। তদুপৰি ইয়াত বাইবেলত প্ৰতিজ্ঞা কৰা এক অভাৱবিহীন জগতৰ বিষয়েও উল্লেখ কৰিছে।” গীত ৭২:⁠১৬ পদটো পঢ়ক।

প্ৰহৰীবুৰুজ ডিচেম্বৰ ১

“আমি কেনেকৈ ঈশ্বৰৰ সৈতে চলিব পাৰোঁ? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক, তাৰ পিছত হোচেয়া ১৪:⁠৯ পদটো পঢ়ক।] এই সংখ্যাৰ আলোচনীখনত ঈশ্বৰৰ সৈতে চলাৰ অৰ্থ কি আৰু আমি কেনেকৈ তেওঁৰ সৈতে চলিব পাৰোঁ, সেই বিষয়ে বুজাই দিছে।”

সচেতন! ডিচেম্বৰ ৮

“মই আপোনাক জনাব বিচাৰিছোঁ যে, এনে এটা সময় আহিব যʼত সকলোৰে বাবে থাকিবলৈ নিজৰ বাসস্থান হʼব। আজি বহুতো লোকৰ বাবে ঘৰ নথকা দেখিবলৈ পোৱাটো এটা দুখৰ বিষয় নহয়নে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত যিচয়া ৬৫:⁠২১, ২২ পদটো পঢ়ক।] এই আলোচনীখনত বাসস্থান নথকা কাৰণবোৰ আলোচনা কৰা হৈছে। তদুপৰি ইয়াত ঈশ্বৰৰ সেই প্ৰতিজ্ঞাৰ বিষয়েও বৰ্ণনা কৰা হৈছে যাৰ বিষয়ে আমি এই শাস্ত্ৰীয় পদটোত অলপতে পঢ়িলোঁ।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক