ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০২ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০২ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ নবেম্বৰ ১

“ঈশ্বৰক উপাসনা কৰিবলৈ আমাক কিয় গীৰ্জা আৰু মন্দিৰৰ আৱশ্যক বুলি কিছুমানে আচৰিত হয়। এই বিষয়ে আপুনি কি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই বিষয়ে বাইবেলে কি কৈছে তাক লক্ষ্য কৰক। [পাঁচনিৰ কৰ্ম্ম ১৭:⁠২৪ পদটো পঢ়ক।] তেনেহʼলে উপাসনাৰ বাবে কেনে স্থানৰ আৱশ্যক? এই আলোচনীখনে উক্ত প্ৰশ্নটোৰ শাস্ত্ৰীয় উত্তৰ দাঙি ধৰিছে।”

সচেতন! নবেম্বৰ ২২

“আপুনি ভাবেনে যে বিজ্ঞানে এদিন বেমাৰ-আজাৰ আৰু ৰোগৰ অন্ত কৰিব? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই সংখ্যাৰ সচেতন! আলোচনীখনত বিজ্ঞানে কৰা উন্নতিৰ কিছুমান দিশৰ বিষয়ে আলোচনা কৰা হৈছে। তদুপৰি ইয়াত এইটোও বৰ্ণনা কৰা হৈছে যে বেমাৰ-আজাৰ আৰু মৃত্যুক আঁতৰ কৰিবলৈ কিয় একমাত্ৰ সৃষ্টিকৰ্ত্তাৰহে শক্তি আছে।” গীতমালা ১৪৬:⁠৩-৫ পদটো পঢ়ক আৰু আলোচনীখন গৃহস্থক দিয়ক।

প্ৰহৰীবুৰুজ নবেম্বৰ ১

“আমাৰ বহুতে আনৰ সৈতে শান্তিপূৰ্ণ সম্বন্ধ স্থাপন কৰিবলৈ চেষ্টা কৰে। কিন্তু আপুনি নিশ্চয়ে মান্তি হʼব যে কাৰ্য্যত পৰিণত কৰাতকৈ তেনে কোৱাটো অতি সহজ। [উত্তৰৰ বাবে গৃহস্থক অলপ সময় দিয়ক।] বাইবেলে বৰ্ণনা কৰিছে যে কিয় তেনে কৰাটো সহজ নহয়। [২ তীমথিয় ৩:⁠১ পদটো পঢ়ি আলোচনীখনৰ ১৭ পৃষ্ঠাত দিয়া বিষয়টোলৈ নিৰ্দ্দেশিত কৰক।] এই আলোচনীখনে বৰ্ণনা কৰিছে যে শান্তিপূৰ্ণ সম্বন্ধ স্থাপন আৰু তাক বজাই ৰখাত প্ৰেম গুণটোৱে কেনেকৈ এক প্ৰমুখ ভূমিকা আদায় কৰে।”

সচেতন! ডিচেম্বৰ ৮

“সন্ত্ৰাসবাদৰ ভয়ত বিমানেৰে ভ্ৰমণ কৰাটো সুৰক্ষিত হʼবনে বুলি বহুতে অনিশ্চিয়তা অনুভৱ কৰে। আপুনিও তেনেদৰে ভাবেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] বাইবেলে প্ৰকাশ কৰিছে যে কোনো এজনেও এনে বিপত্তিত নপৰাকৈ নাথাকিব। [উপদেশক ৯:⁠১১ পদটো পঢ়ক।] তথাপিও, এই সংখ্যাৰ সচেতন! আলোচনীখনত আলোচনা কৰা হৈছে যে আপুনি বিমানেৰে ভ্ৰমণ কৰাৰ সময়ত কেনেকৈ সুৰক্ষা আৰু আৰামদায়ক হʼব পাৰে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক