ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০৩ পৃষ্ঠা ৪
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০৩ পৃষ্ঠা ৪

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ নবেম্বৰ ১

“অতীতত বহুতে বিশ্বাস কৰিছিল যে পৃথিৱীখন পৰমদেশলৈ ৰূপান্তৰিত হʼব। বৰ্তমান সময়ত পৃথিৱীখন ৰক্ষা পাবনে বুলি কিছুমান লোকে সন্দেহ কৰে। পৃথিৱীখনৰ ভৱিষ্যতৰ বিষয়ে আপোনাৰ অভিমত কি? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] বাইবেলে এই বিষয়ে কি কৈছে তাৰ প্ৰতি মনোযোগ দিয়ক। [গীতমালা ৩৭:⁠১১ পদটো পঢ়ক।] পৃথিৱীখনৰ সম্পৰ্কে বাইবেলে আগলৈ কি কৈছে সেই বিষয়ে এই আলোচনীখনত আলোচনা কৰা হৈছে।”

সচেতন! নবেম্বৰ ২২

“মেৰামতি হʼব নোৱাৰাকৈ হোৱা পৰিৱেশৰ অনিষ্টই বহুতকে চিন্তিত কৰি তুলিছে। আপুনি ভাবেনে যে এই পৰিস্থিতি ঠিক হোৱাৰ কোনো আশা নাই? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] সৃষ্টিকৰ্ত্তাই এই পৃথিৱীখনক আৱৰ্জনাৰে পূৰ্ণ হৈ বসবাস কৰাত অনুপযোগী হʼবলৈ অনৰ্থকৰূপে সৃষ্টি কৰা নাছিল। [যিচয়া ৪৫:⁠১৮ পদটো পঢ়ক।] এই আলোচনীখনত বৰ্ণনা কৰা হৈছে যে কেনেকৈ পৃথিৱীখনক ৰক্ষা কৰা হʼব।”

প্ৰহৰীবুৰুজ নবেম্বৰ ১

যৌতুক সম্বন্ধে কোনো মহিলাৰ হৃদয়বিদাৰকৰূপে মৃত্যু হোৱা বা ঘৰুৱা হিংসাত্মক কাৰ্য্যৰ বিষয়ে চলিত কোনো ঘটনাক উল্লেখ কৰাৰ পিছত, এইদৰে সোধক: “পুৰুষবিলাকে মহিলাৰ অহিতে কিয় তেনে হিংসাত্মক কাৰ্য্য কৰে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু তাৰ পাছত ২ তীমথিয় ৩:⁠১, ৩ পদটো পঢ়ক।] এই আলোচনীখনত ৮ পৃষ্ঠাৰ পৰা আৰম্ভ হোৱা দুটা লেখত কেনেকৈ মহিলাৰ সৈতে আচৰণ কৰা উচিত এই বিষয়ে বৰ্ণনা কৰা হৈছে।”

সচেতন! ডিচেম্বৰ ৮

“আপুনি ভাবেনে যে ইয়াত বৰ্ণনা কৰা অনুসাৰে মানৱজাতিয়ে আনন্দিত হʼব পাৰিব? [যিচয়া ১৪:⁠৭ পদটো পঢ়ক আৰু তাৰ পিছত উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] যিহেতু আমি ঈশ্বৰৰ প্ৰতিজ্ঞাসমূহ পূৰ্ণ হোৱালৈ অপেক্ষা কৰি আছোঁ, সেয়েহে এই সময়ছোৱাত প্ৰযোজ্য হোৱা ব্যৱহাৰিক সংবাদসমূহ এই আলোচনীখনত দিয়া হৈছে।” সেই লেখটোৰ নাম হৈছে “আপুনি কেনেকৈ ভুল প্ৰবৃত্তিবোৰক বাধা দিব পাৰে?”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক