ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/০৪ পৃষ্ঠা ৪
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/০৪ পৃষ্ঠা ৪

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ মে’ ১

“মানৱ সমাজক উন্নতি কৰাৰ প্ৰচেষ্টাৰে কিছুমান ধৰ্ম্মীয় নেতাই ৰাজনীতিত জড়িত হৈ পৰিছে। কিন্তু লক্ষ্য কৰক যে যীচুক লোকসকলে ৰজা বনাবলৈ বিচৰাত তেওঁ কি কৰিলে। [যোহন ৬:⁠১৫ পদটো পঢ়ক।] যীচুৱে এনে এটা বিষয়ৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিছিল যিয়ে আনৰ বাবে চিহস্থায়ী উত্তমতা কঢ়িয়াই আনে। ধ্যান কেন্দ্ৰিত কৰা সেই বিষয়টো কি আছিল, এই বিষয়ে আলোচনীখনত আলোচনা কৰা হৈছে।”

সচেতন! মে’ ২২

“চিকিৎসা বিজ্ঞানে ৰোগক নিৰাময় কৰাৰ ক্ষেত্ৰত উল্লেখনীয় উন্নতি কৰিছে, কিন্তু আপুনি ভাবেনে যে তেওঁলোকে জগতৰ পৰা বেমাৰ-আজাৰ সম্পূৰ্ণকৈ আঁতৰ কৰিব পাৰে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনে বৰ্ণনা কৰিছে যে সেই প্ৰতিজ্ঞাৰ অনুসাৰে এদিন পৃথিৱীখনত সকলোৱে সুস্বাস্থ্যৰ আনন্দ লাভ কৰিব।” যিচয়া ৩৩:⁠২৪ পদটো পঢ়ক।

প্ৰহৰীবুৰুজ মে’ ১

“কিছুমানে ভাবে যে ঈশ্বৰৰ বিষয়ে জনা বা তেওঁৰ কাষ চপাটো অসম্ভৱ। আপুনি এই বিষয়ে কি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] আমি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰোঁ এই বিষয়ে আলোচনীখনত বহুতো পদ্ধতি পৰীক্ষা কৰা হৈছে।” যাকোব ৪:⁠৮ পদটো পঢ়ক।

সচেতন! জুন ৮

“বহুতে আজি তেওঁলোকৰ জীৱনত অকলশৰীয়া অনুভৱ কৰিছে। এই অনুভৱত সন্মিলিত আছে নিজকে আনৰ পৰা আঁতৰত ৰাখা। এইটো বেদনাদায়ক হʼব পাৰে বুলি আপুনি মান্তি নহʼবনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত গীত ২৫:⁠১৬ পদটো পঢ়ক।] এই সংখ্যাৰ সচেতন! আলোচনীখনে তেনে অকলশৰীয়া মনোভাৱৰ সৈতে সফলতা পাবলৈ কিছুমান ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক